এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
8b ৰাজসূৰ অভিনৱ দিব্য বস্ত্ৰ বিভূষণ সুগন্ধ কুস্তুন পিন্ধি যত নৰ নাৰী 1 প্ৰকাশৰ শাৰি শাৰি॥২৪২ চন্দনে ভূষিত সুৱৰ্ণ গছতি জ্বলে দুই শাৰি অনেক প্ৰদীপ পান্তি। অসংখ্য বহ নন্দিৰে কৰয় চন্দ্ৰ সূৰ্য্য যেন কান্তি॥ বজতৰ খালে সুৱৰ্ণৰ ঘট নিখিল গৃহ উপৰে। জলে আতিশয় বজ্ৰ দ্বাৰচয় শাবি শাৰি জ্যোতি কৰে॥২৪৩ কুন্দৰীক্ষ্য জালে বজাই ধূপ ধুম পছক আমোদ কৰে। হেন কচিকৰ পুৰী পাণ্ডৱৰ দেখিলন্ত দামোদৰে॥ আছোক ৰুৱতী পুৰুষ জনৰে৷ হেন দামোদৰ নয়ন পান পাত্ৰ। শুনি নাৰীগণে মাত্ৰ॥ ২৪৪ পাইলন্ত নগৰ