সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৬ ৰাজসূৰ ব্ৰাহ্মণ সকলে পত্নী সংজ্ঞা নানে কবিলা বাগ বিশেষ পূৰ্ণাহুতি দিয়া কৰিলন্ত সাঙ্গা বজ্ৰৰ অঙ্গ নিশেষ। ঋত্বিজ সকলে গঙ্গাৰ জলত: হুইৰা আনন্দিত চিত্ত। দ্ৰৌপদী সহিতে কৰাইলা ৰাজাক মহাস্নান অবভূথ।৬৭৮ দুইহন্তৰ কেশ এক ঠাই কৰি ধৰিয়া দ্বিজ সকলে। চাৰিও বেদব মহা মন্ত্ৰ পঢ়ি অনেক তীৰ্থৰ জলে॥ লক্ষেক নৃপতি গণৰ উপৰে অভিষেক কৰিলন্ত। জম্বুদ্বীপ পতি পাতিয়া শিৰত মহা ছত্ৰ ধৰিলস্ত॥৬৭৯ সেহি সময়ত ভৈল মহোৎসৱ পৃথিৱী আকাশ ছানি। দেৱৰে৷ দুন্দুভি নৰৰো দুন্দুভি দেৱ মনুষ্যৰ অপেস্বৰা সবে একত্ৰে কৰিল নি॥ দশো দিশ পুৰি বাৱে। গন্ধৰ্ব্ব গায়নে গাৱে॥৬৮০ যতেক শবদ নাচয় উৎসুকে