সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

21 খুৱৰ্ণৰখত ৰাজেশ্বৰ যুধিষ্ঠিৰ। লক্ষেক নৃপতি পাইলা গৈয়া গঙ্গাতীৰ॥৬৭০ পাওৰ ৰাজাৰ ভগৱন্ত নাৰায়ণ। মহা পৰিচছদে ৰাজাক আৰবি চলি যাস্ত ৰঙ্গ মনে॥ মহা মহোৎসৱ মিলিল অনেক আনন্দৰ নাহি পাৰ। শুনা বিপৰীত গঙ্গাৰ তীৰত কৰিলা যেন বিহাৰ॥৬৭১ ছবি অনেক সহস্ৰ নাৰী যুলি বান্তি শাৰি শাৰি পৰম আনন্দে গৈয়া বসেৰ অলঙ্কাৰে গঙ্গাকুল সমস্তে ব্যাপিল নোট খেড়ি খেলাইতে লাগিল। পৰাবে প্ৰকাশে অঙ্গচয়। সুৱৰ্ণৰ নোট লইয়া কিৰীটি কুণ্ডল হাৰে