এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
1 ৰাজসূয় ১৩১ দুলড়ি নানা চিত্ৰ ধ্বজ পতকা বিচিত্ৰ অসংখ্য ছত্ৰ চামৰে। পদাতি সমস্তে হয় হস্তী ৰথে কাম্বোজ কৈকেয় চৌভিতি যোগান ধৰে॥ - যদু মৎস্য কুৰুবলে কোশল সঞ্জয় পৃথিৱীৰ যত নৃপতি সমস্ত চলে চতুৰঙ্গ দলে॥৬৬৫ ঋত্বিজ সদস্য আচাৰ্য সকল আগ কৰি যজমান। বেদধ্বনি কৰি চলন্ত হৰিষে যতেক দ্বিজ প্ৰধান॥ দেৱ ঋষি পিতৃ গন্ধৰ্ব সকল আকাশ পন্থে চলন্ত। ব্ৰহ্মা প্ৰতি মুখে স্তুতি নতি কৰি শিৰে পু 4 বৰিৰ্ষন্ত॥৬৬৬ পৰম উৎসৱে চলে ঝুমা ঝুমি কুসুম চন্দন অলঙ্কৃত নৰ-নাৰী অনেক সহস্ৰ শাৰী॥ গন্ধে বিভুষিত