এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰাজসূৰ শিশুপাল। মোক্ষ কৃষ্ণ লীলা অনুপান। কৰ্ণ ভৰি শুনি কৰা দুখ উপসান॥ লভিৰা নুকুতি পৰলোকতো সাক্ষতি। বোলা ৰাম ৰাম চিন্ত৷ পাপৰ বিষাত॥৬৫৯ শুকমুনি নিগদতি শুনা আবে বিপৰীত ছবি পাইল শিশু পালে যেন গতি। কছোঁ মঞি তোহ্মাত শুনিলাহা কুৰপতি মহা স্নান অৱভূত সম্প্ৰতি॥ ৰূপ শিৰোমণি ধীৰ যুধিষ্ঠিৰ নৃপতিৰ যেন মহা নিলিল মহিন। ভৈল মহা নহোদৰ কহি কোনে মহাশয় সাৱশেষে কৰিবেক সীমা॥৬৬০ তথাপিতো কিছুমান কছোঁ শুনা বিদ্যমান ভৈল যেন মহা অভিষেক 1 শিশুপাল ৰাজা যেৰে কৃষ্ণপদ পঙ্কজত ভৈল গৈয়া প্ৰৱেশ প্ৰত্যেক॥ পাছে যুধিষ্ঠিৰ ৰাজা কৰিলা পৰম অনেক প্ৰবন্ধে, গন্ধ ব্ৰহ্মা আদি ৰতেক আছত্ত। বস্ত্ৰ, অলঙ্কাৰে অচিলত্ত॥৬৬১ চন্দন নৈবেদ্য বহ