সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় আতপৰে কলিত নিৰ্মল ধৰ্ম নাই। শ্ৰৱণ মাত্ৰকে মহা মোক্ষ পদ পায়॥ জানিয়া সমস্তে দুখ কৰা উপসাম। ডাকি নিৰন্তৰে নৰে বোলা ৰাম ৰাম || ৫১০ দুলড়ি এহিমতে যেবে পাণ্ডৱ নৃপতি বাজসূয় আৰম্ভিল। মহা যজ্ঞভাগ ভুঞ্জিবাক মনে দেৱতাগণ আসিল || প্ৰথমতে ব্ৰহ্মা ব্ৰহ্মলোক হতে আসিলন্ত হংসযানে। তাহানে লগত আসিলন্ত যত প্ৰজাপতিগণ মানে॥৫১১ ব্ৰহ্মাক আবৰি আসিলন্ত আনো সত্যলোকবাসী জন। বৃষভ চড়ি কৈলাসৰ হন্তে আসিলন্ত ত্ৰিনয়ন॥ সমূৰত চৰি কাৰ্তিক আসিলা নন্দী আদি কবি নুষ যানে গণপতি। আসিল মনে তৃপিতি॥ ৫১২ যত ভূতগণ