শূন্য হৈ আগমন মোৰ, পূৰ্ণ হাতে পৰিত্ৰাণ!
তথাপি জন্য সবে নুবুজে―‘মৃত্যু’ৰ পৰিভাষা,
আড়ম্বৰপূৰ্ণতাৰে আৰম্ভ জীৱনৰ জয়যাত্ৰা।
হেৰুৱা নাই মই মনৰ মানুহ, হেৰুৱা নাই মোৰ সুন্দৰ নীৰ,
দেহান্তৰেৰে দেহাতন্ত্ৰ হৈ―
আছো মই তত্ত্ব ৰূপে।
মৰমো আছে, জীয়াতুৰূপে
জীৱন্তৰ বাবে।
মায়াও আছে আশাও আছে স্বপ্ন গঢ়াৰ অন্তঃবানে,
ভাষাহীন, বোধহীন কণ কণ কণিকা ৰূপে
দেহ মোৰ আজি সহস্ৰ প্ৰাণীৰ দেহমাঝে।
তথ্য সংগ্ৰহ―
https://www.speakingtree.in/allslides/shanti-devi-rebirth-story-past-life
https://monkeywah.typepad.com/paranormalia/past-life-research.html
https://ocoy.org/the-thrilling-narrative-of-shanti-devi-and-her-past-life/
https://www.wisdomlib.org/buddhism/book/the-way-of-the-white-clouds/d/doc51722.html
http://www.inplainsite.org/html/past_life_recall.html
https://en.wikipedia.org/wiki/Shanti_Devi
https://www.carolbowman.com/dr-ian-stevenson/case-shanti-devi