পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্রমাণ পােৱা গ'ল। কিন্তু ইমানবােৰ কণিকা কি দৰে ডাৱৰত মিলিত হ’ল সেই বিষয়ে আজিলৈকে নিৰ্ভৰযােগ্য তথ্য কোনেও দিব পৰা নাই।

  আকৌ ৰঙা বৰষুণৰ আগত হােৱা সেই অতি শব্দ, পুৰি যােৱা গছৰ পাত আৰু হঠাতে উদ্ভৱ হৈ আকৌ হঠাতে শুকাই যােৱা কুঁৱা বােৰে বেলেগ এটা দিশৰ পিনে হে আঙুলি টোৱাই থকা যেন লাগে। সকলােৰে অজানিতে যদি আমি অন্য কাৰােবাৰ দ্বাৰা কোনাে পৰীক্ষাৰ বাবেহে ব্যৱহৃত হৈছিলোঁ? কোনে জানে? যদিও ই এক আচৰিত ধাৰণা, আমি উলাই কৰিব নােৱাৰোঁ, কিয়নাে ঘটনাবােৰ যি ধৰণৰ, ইয়াত সকলাে সম্ভৱ হ'ব পাৰে।


তথ্য সংগ্রহ―

https://en.wikipedia.org/wiki/Red_rain_in_Kerala

https://www.thelivingmoon.com/41pegasus/02files/Red_Rain_in_Kerala.html

https://www.researchgate.net/publication/1778007_The_Red_Ran_Phenomenon_of_Kerala_and_its_possible_Extraterestrial_Origin

https://www.newworldencyclopedia.org/entry/Red_rain_in_Kerala

https://mybookofmysteries.blogspot.com/2019/04/red-rain-in-kerala.html

https://link.springer.com/article/10.1007/s10509-005-9025-4

https://watchers.news/2012/11/18/sri-lanka-red-rain-mistery-solved


◀ ৰহস্যময় ভাৰত ▶ ১৩