এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কেতিয়ালৈ আমি সঁচাখিনি উদ্ধাৰ কৰিব পাৰিম? বৈজ্ঞানিক দৃষ্টিৰে কথাবোৰ চোৱাৰ সময় আহি পৰিছে। হয়তো বিজ্ঞান আৰু অতীতৰ ধৰ্মৰ মিল হোৱাৰ সন্ধিক্ষণো এয়াই, কিয়নো এই ধৰ্মৰ গুৰিতো যে বহুত বেছি আগবঢ়া জ্ঞান লুকাই আছিল, সেয়াও নুই কৰিব নোৱাৰি।
তথ্য সংগ্ৰহ—
https://sambadenglish.com/brahma-padartha-the-unsolved-mystery-of-nabakalebara/
https://rgyan.com/blogs/mythology-jagannath-puri-temple-lord-krishnas-heart/
https://en.wikipedia.org/wiki/Nabakalebara
https://www.telegraphindia.com/states/west-bengal/myriad-mysteries-of-lord-jagannath/cid/1469753
https://unsolvedmysteriesindia.blogspot.com/2015/01/the-brahma-inside-statue-of-lord.html
◀ ৰহস্যময় ভাৰত ▶ ৩