এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰমণী গাভৰু
অসমৰ স্বৰ্গদেৱ জয়ধ্বজ সিংহ মহাৰাজৰ কথা, আৰু মোগল
সম্ৰাট্ আওৰংজেব বাদশাহৰ পুত্ৰ চুলতান আজমতাৰাৰ
বেগম ৰমণী গাভৰুৰ জীৱন-বৃত্তান্ত।
ৰচোঁতা
শ্ৰী সূৰ্য্যকুমাৰ ভূঞা
প্ৰাগজ্যোতিষ গ্ৰন্থশালা,
গুৱাহাটী।
১৯৫১
বেচ খনে দেৰটকা