সমললৈ যাওক

পৃষ্ঠা:ৰমণী গাভৰু.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীযুত সূৰ্য্যকুমাৰ ভূঞাৰ দ্বাৰা
সম্পাদিত, অনূদিত, সঙ্কলিত আৰু প্ৰণীত গ্ৰন্থাৱলী

(ক) অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ
দ্বাৰা প্ৰকাশিত-

১। অসম বুৰঞ্জী। হৰকান্ত বৰুৱা সঙ্কলিত। ১ম তাঙ্গৰণ, ১৯৩০ খৃঃ।
২। কামৰূপৰ বুৰঞ্জী। ১৯৩০।
৩। দেওধাই অসম বুৰঞ্জী। ১৯৩২।
৪। অসমৰ পদ্য-বুৰঞ্জী। ১৯৩৩।
৫। তুংথুঙ্গীয়া বুৰঞ্জী। অসমীয়। মূলপাঠ। ১৯৩২।
৬। কছাৰী বুৰঞ্জী। ১৯৩৬; ১৯৫১।
৭। জয়ন্তীয়া বুৰঞ্জী। ১৯৩৭।
৮। ত্ৰিপুৰা বুৰঞ্জী। ১৯৩৮।
৯। অসম বুৰঞ্জী। সুকুমাৰ মহন্তৰ ঘৰৰ পৰা পোৱা। ১৯৪৫।
১১। Bulletin I of the Department of Historical and
Antiquarian Studies in Assam, 1982.
১১। Bulletin II of the D.H.A.S., 1934.
১২। Bulletin III of the D.H.A.S., 1936.
১৩। Tungkhungia Buranji. English Translation, 1933.
১৪। An Account of Assam, by Dr. Francis Hamiltion, 1940.
১৫। Annals of the Delhi Badshahate, 1947.