এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীযুত সূৰ্য্যকুমাৰ ভূঞা প্ৰণীত গ্ৰন্থাৱলী
—প্ৰকাশিত—
১। গোপালকৃষ্ণ গোখলে। ১ম তাঙ্গবণ, ১৯১৬ খৃষ্টাব্দ।
২। নিৰ্ম্মালি। কবিতাৰ শৰাই, ১৯১৮; ১৯৫১।
৩। আহোমৰ দিন। ১৯১৮।
৪। জয়মতী উপাখ্যান। ১৯২০
৫। আনন্দৰাম বৰুৱা। ১৯২; ১৯২৪।
৬। ৰবীন্দ্ৰনাথ ঠাকুৰ। ১৯২০।
৭। বৰফুকনৰ গীত। ১৯২৪; ১৯৫°; ১৯৫১।
৮। পঞ্চমী। ১৯২৭; ১৯৫০ |
৯। জোনাকী। ১৯২৮; ১৯৩৮।
১০। চানেকি। ১৯২৮।
১১। অসম জীয়ৰী। ১৯৩৫।
১২। কোঁৱৰ বিদ্ৰোহ। ১৯৪৮।
১৩। ৰমণী গাভৰু। ১৯৫১।
১৪। বুৰঞ্জীৰ বাণী।
১৫। An Assamese Nur Jahan, 1926.
১৬। Bibliography of the Works of Dr. S. K. Bhuyan, 1951.
—অলপতে ওলাব লগীয়া—
অসমীয়া গ্ৰন্থ
১। মহাৰাজ ৰাজেশ্বৰসিংহ স্বৰ্গদেৱ।
২। বুৰঞ্জীৰ কথা।