সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰবীন্দ্ৰ প্ৰতি অন্তৰৰ মাজত স্থান লাভ কৰা। কিন্তু শ্ৰেণী বিভক্ত সমাজত মানুহে মানুহে অন্তৰৰ যোগ নবটে, গতিকে কবিয়ে নিজৰ কৰি জীৱন অপূৰ্ণ হোৱা বুলি আক্ষেপ কৰি অখ্যাত জন, নিৰ্বাক মনৰ মৰ্ম্মবেদনা উদ্ধাৰ কৰিব পৰা যুগান্তৰৰ নতুন কৱিক আহ্বান কৰিছে আৰু সেই নতুন কৱিকে ৰৱীন্দ্ৰনাথে শেষ নমস্কাৰ দি গৈছে। “তাই আমি মেনে নিই সে নিন্দাৰ কথা আমাৰ সুৰেৰ অপূৰ্ণতা আমাৰ কৱিতা জানি আমি গেলেও বিচিত্ৰ স্থানে হয় নাই সে সৰ্বত্ৰগামী সে আছে মাটিৰ কাছাকাছি সে কৱিৰ বাণী লাগি কাণ পেতে আছি এসো কবি অখ্যাত জনে, নিৰ্বাক মনে মৰ্মেৰ বেদনা যত কৰিও উদ্ধাৰ, প্ৰাণহীন এদেশেতে গানহীন যেথা চাৰিধাৰ অবজ্ঞাৰ তাপে শুষ্ক নিৰানন্দ সেই মৰুভূমি বসে পূৰ্ণ কৰি দাও তুমি অন্তৰে যে উৎস তাৰ আছে আপনাৰি তাৰে তুমি দাওতো উদ্ধাৰি মুক যাৰা দুঃখে মুখে নতশিৰ স্তব্ধ যাৰা বিশেৰ সম্মুখে ওগো গুণী, কাছে থেকে দূৰে যাৰা