সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বী প্ৰতি পিছত ইয়াক মহামানৱতাৰ মিলনতীৰ্থ হিচাবে দেখিলে। কিন্তু এইবাৰ দেখিলে দুখন ভাৰত—এখনত নানা লুণ্ঠক সাম্ৰাজ্যৰ দ্যবৃত্তিৰ ইতিবৃত্ত আৰু আনখন যুগে যুগে নিষ্পেষিত শ্ৰমশীল ভাৰতবাসীৰ প্ৰাণযাত্ৰা কল্লোলিত ভাৰতবৰ্ষ; এখনৰ ধ্বংস সমাগত প্ৰায় আনখনৰ ভৱিষ্যৎ সম্ভাৱনাপূৰ্ণ “কোন আদি যুগ হতে পশ্চিম দিগন্ত পানে ভাৰতেৰ ভাগ্য যেথা নৃত্যলীলা কৰেছে শ্মশানে কালে কালে তাণ্ডৱেৰ তালে তালে দিল্লীতে আগ্ৰাতে দ্যদল অকস্মাৎ দ্বাৰ ভেঙ্গে জাগায়াছে আৰ্ত্ত কোলাহল কৰেছে আসন কাড়াকাড়ি ক্ষুধিতেৰ অন্নথালি নিয়েছে উজাৰি।” কিন্তু এই লুণ্ঠক সাম্ৰাজ্যৰ ধ্বংস চমু চাপি আহিছে- ‘ভগ্ন জানু প্ৰতাপেৰ ছায়া সেথা শীৰ্ণ যমুনায় প্ৰেতেৰ আহ্বান বহি চলে যায়, বলে যায় আৰো ছায়া ঘনাইছে অস্ত দিনান্তেৰ জীৰ্ণ যুগান্তেৰ” এই ভাৰতবৰ্ষলৈ আহিছে নানা সাম্ৰাজ্য “এসেছে সাম্ৰাজ্যলোভী পাঠানেৰ দল, এসেছে মোগল বিজয়ী থেৰ চাকা উড়ায়েছে ধূলিজাল উড়িয়াছে বিজয় পতাকা