সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বীৰ প্ৰতি 61 কণ্ঠ আমাৰ ৰুদ্ধ আজিকে, বাী সংগীত অমাবস্যাৰ কাৰা লুপ্ত কৰেহে আমাৰ ভুবন দুস্বপনেৰ তলে যাহাৰ তোমাৰ বিষাইছে বায়ু, নিভাইছে তব আলো তুমি কি তাদেৰ ক্ষমা কৰিয়াছ, তুমি কি বেসেছ ভালো। মহাযুদ্ধৰ পাছত সাম্ৰাজ্যবাদী সংকট অতি ঘনীভূত হৈ আহিল। বিশ্বজুৰি অৰ্থনৈতিক সংকটে দেখা দিলে। ফলত এচিয়া আৰু আফ্ৰিকাৰ পৰাধীন জাতি সমূহৰ ওপৰত নিৰ্মম শোষণ আৰু তীব্ৰতৰ হৈ উঠিল। কবি দৃষ্টিত প্ৰতিফলিত হল এই দানবীয় সভ্যতাৰ অৱশ্যম্ভাৱী অন্তিম কাল। মানৱতাৰ প্ৰেমপূৰ্ণ মিলনৰ ওপৰত কৱিৰ বিশ্বাস শিথিল হৈ আহিব ধৰিলে। এই সংকট আৰু ধ্বংসৰ ছবি বিশেষকৈ দেখিলে আফ্ৰিকাত- “হায় ছায়াবৃতা দ্য পায়েৰ কাটামাৰা জুতোৰ তলায় বিভৎস কাদাৰ পিণ্ড চিৰ চি দিয়ে গেল তোমাৰ অপমানিত ইতিহাসে। আজ যখন পশ্চিম দিগন্তে প্ৰদোষকাল ঝৱা বাতাসে খাস অশুভ ধ্বনিতে ঘোষণা কৰল দিনেৰ অন্তিম কাল