এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৸৶৹
দত্তই লিখা প্ৰবন্ধ অসমীয়া বিবিধ আলোচনীত সিচৰিত হৈ আছে আৰু তেওঁ-এজন উচ্চ শ্ৰেণীৰ লেখক বুলি পৰিগণিত হৈছে। ভবানন্দ দণ্ডই মাৰ্ক্সবাদক জীৱনৰ দৰ্শন ৰূপে গ্ৰহণ কৰিছিল। ১৯৫১ আৰু ১৯৫৬ চনত সাধাৰণ নিৰ্বাচনত তেওঁ লোকসভাৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।