এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
az ৰবীন্দ্ৰ প্ৰতিভা বিশেষ কোনো শিক্ষা বোধ হয় সাধক শিক্ষাৰ্থীৰ বাহিৰে সাধাৰণ শিক্ষাৰ্থীক দিয়া নহয়। আৰু বেচি ভাগ গায়ক আৰু সুৰকাৰ সাধাৰণ শিক্ষাৰ্থী পৰ্যায়ৰ ওপৰলৈ নাযায়, আধুনিক গান দৈন্যৰ ইও এটা প্ৰধান কাৰণ।