সমললৈ যাওক

পৃষ্ঠা:ৰঞ্জন.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰঞ্জন আৰু ক'লে “কেৱে কানি ভাং মদ নিকিনিবা দিয়। এৰি ইহঁত ভাগিলে স্বৰাজ আহিলে খাবা নিজে নিজে কৰি” । পুলিচে এনেতে গ্ৰেপ্তাৰ কৰি নিলে ততালিকে ধৰি দুদিন দুৰাতি তালা চাবি মাৰি হাজোতত থ'লে ভৰি । ( 8 ) হাজোতত পৰি কমলে অলপ ফাটকৰ জুতি পালে তেলীশালখন দেখিয়েই তেওঁ ভয়ঙ্কৰ ভয় খালে । এইটো বাটো যে সুগম নহয় এয়েহে ধাৰণা হ'ল অকলৈ বহি ভাবোতে ভাবোতে মতটো বদলি গ'ল । १