এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰঞ্জন কমলে তেতিয়া ঘূৰাই আকৌ ভাবি চাই আগ গুৰি দেখিলে কথাটো বুজিলে ভুলটো মৰে চন্-মুৰ, কৰি । ( 5 ) নাম কটা বাবে চাহাবৰ প্ৰতি কমলে যি খং খালে সেয়েই শেহত বিয়পি বিয়পি চাহাব জাতকে পালে ৷ কমলে দেখিলে চাহাববোৰেই দেশখন লুটি নিলে দেশৰ উদ্ধাৰ নহয় কদাপি ইহঁতক নেখেদালে । এয়েহে ধৰ্ম্ম এয়েহে কৰ্ম্ম ইয়াকে নিশ্চয় এয়েহে লক্ষ মোৰ কৰিলে প্ৰতিজ্ঞা ঘোৰ । কৰিমেই বুলি