সমললৈ যাওক

পৃষ্ঠা:ৰঞ্জন.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 ৰঞ্জন পেটত নেখাই কোনে ক'ত বাৰু দেশ উদ্ধাৰিব পাৰে ? জীৱিকাৰ বাট কৰি লোৱাটোহে আগ কাম সকলোৰে । তাৰ লগে লগে দেশৰ কামকো যাব লাগে কৰি কৰি ইয়াকেহে আৰু ভাল বুধি বুলি পেলালে কমলে ধৰি ৷ ( 8 ) অফিছত বহি কমলে অকণো কামত নিদিয়ে মন খালি ভাবি থাকে কিৰূপেনো তেওঁ উদ্ধাৰিব দেশখন । আন কেৰাণীৰো বন খতি কৰে ইয়াৰেই মেল পাতি চাহাবে এদিন গঢ় গতি চাই নামটো পেলালে কাটি ।