এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰঞ্জন ( 2 ) কমলে সিহেতু বক্তৃতা কৰে য'তে চাৰি জন দেখে (আৰু) “বতৰ মুকলি স্বাস্থ্য মজলীয়া” কাকতে কাকতে লেখে। ঘৰত ইফালে কাণ নকৰোতে আহাৰ নোহোৱা হ'ল বজালৰ বাৰ বৰ্তাৰ চাল লাহে লাহে ভাগি গ'ল । ঘূৰাই আকৌ বহু শ্ৰম কৰি কমলে তেতিয়া চালে বিবেচনা কৰি দেখিলে কথাটো বুজিলে ভুলটো পেলালে মতটো এৰি ৷ ( 0 ) বহু ঘূৰি পৰিক বোৱাই বহুত ঘাম কমলে শেহত চাহাবক খাটি পালে এটা সৰু কাম ৷