সমললৈ যাওক

পৃষ্ঠা:ৰঞ্জন.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

O o O o O o 00( Doo° 0 0 0 0 0 0 0 ✪ oooooooo স্বদেশ সেৱা ( ১ ) কমলে আমাৰ oooooooo ooooooo ৰঞ্জন কলেজত গৈ ডাঙৰ কিতাপ পঢি ডাঙৰ ডাঙৰ ভাবেৰে মনটো ভৰাই পেলালে ধৰি ৷ স্বদেশৰ বাবে ৰং মনে তেওঁ উচৰগি দিলে প্রাণ থিৰাং কৰিলে স্বার্থ বলি দিব দেশক কৰিব ত্রাণ ৷ ইয়াকে ধৰ্ম্ম, ইয়াকে কৰ্ম্ম ইয়াকে লক্ষ ধৰি, ইয়াকে কৰিম বুলি একেবাৰে পেলালে প্রতিজ্ঞা কৰি ৷