পৃষ্ঠা:ৰচনা মালিকা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
ৰচনা মালিকা

একো একোটা অনুচ্ছেদ বা দফা কৰি লিখিব লাগে। সাধুৰ ভাষা যাতে সৰল সহজ হয় আৰু লেখাখিনিত যাতে বানান ভুল নহয়। তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

 ছবিৰ সহায়েৰে কেনেকৈ সাধু লিখিব পাৰি তাৰ এটা আৰ্হি তলত দেখুৱা হ'ল।

 এই ছবিবোৰৰ সহায়ত সাধুটো তলত দিয়া ধৰণে সজাই লিখা হ’ল৷