সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

6767/A শলাগৰ শৰাই ৰায়বাহাদুৰ কনকলাল বৰুৱাই হেমচন্দ্ৰ বৰুৱাৰ কেতখিনি অতি আৱশ্যকীয় কাকত পত্ৰ আত্মাক দি যথেষ্ট সহায় কৰিছে। শ্ৰীত হেমচন্দ্ৰ গোস্বামী গ্ৰম খো কেইজন মান সদাশয় লোকে নানা কথাৰ সম্ভেদ দিছে। সিবিলাকলৈ আমাৰ কৃতজ্ঞতা জনোৱা হ'ল। বি-এ গ্ৰন্থকাৰ ৫ম ভাগ মিল্লনৰ সুযোগ্য সম্পাদক শ্ৰীঘ্ৰ তে বিনন্দচন্দ্ৰ বৰুৱা দেৱে আমাৰ সমিতিৰ খা-খবৰ ৰাইজক জনোৱাত আৰু শ্ৰদ্ধাস্পদ সৰ্ব্বশ্বৰ শৰ্ম। কটকী ভাঙৰীয়াই ছাত্ৰসকললৈ স্নেহ অটুট ৰখাৰ চিন ৰূপে অ যাক এই পুথিখনি শ্ৰী ছাপাখানাৰ কামত সকলো কৃতজ্ঞতা জনোৱা হ'ল। প্ৰকাৰে প্ৰকাশ কৰিবলৈ দিয়াৰ উপৰিও সহায় কৰাত আমাৰ আন্তৰিক শ্ৰীসুৰেন্দ্ৰনাথ বুঢ়াগোহাই বি-এচ-চি শ্ৰীআনন্দৰাম গোহাঞী হেমচন্দ্ৰ সোঁৱৰণী সমিতি (১৯২৬-২৭ ) শ্ৰীদেৱেশ্বৰ ৰাজখোৱা বি-এ শ্ৰীৰোহিণীকান্ত বৰুৱা শ্ৰীঅতুলচন্দ্ৰ হাজৰিকা — সম্পাদক