ভাষাৰ ভেটি সুদৃঢ় কৰি গ’ল যদিও, ওপৰোক্ত মহানুভৱ লোকসকলৰ সৌজন্য আৰু উদ্যম নোহোৱা হ’লে ‘হেমকোষ’ৰ অস্তিত্ব সন্দেহৰ চকুৰে চাব লগা হ’লহেতেন নিশ্চয়। সেই কাৰণে এই সকল লোক সদৌ অসমীয়াৰে কম প্ৰশংসাৰ যোগ্য নহয়।