পৃষ্ঠা:হেমকোষ.pdf/৯৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হোৱা হই। হোহোহাৰে। basket used by hill people for carrying a burden on the back, হোৰহেৰে, ক্ৰি. বি. (অনেক হেৰা ভৰাই) পাচিয়ে পাচিয়ে, দমদমে, বহুত পৰি- মাণে; যেনে, মাছবোৰ হেৰাহোৰে Falca, in large quantities. হোৰোপ, বি. মাজ বা কোনো এভাগ তললৈ বহি যোৱ (প্ৰায়ে ঘৰত খাটে}; , যেনে,খৰটো হেৰোপা হৈছে, depressa, as a house. হোৰোপ খ. মাজত বা কোনো এভাগত

          • , to be depressed or sunken,

as a house. হোৰো, অমুক, 'দ বোকাত পৰোতে হোব faf6ay **, an initative sound used to express that produced lay falling into muc. হোৰোসা, বি- (হেৰো, ঐ; বোকাৰ দৰে কোমল হয়, এতেকে ) তেৰেহা, ভাঙ্গ (পেটত খাটে ), lbulging or puffy, as the belly. হোৰোসাই, ক্ৰি. বি. হোৰোস শব্দ হোৰোস কৰে, কৰি; যেনে, হোসে কৰে · Catats fact, with a sound, as of falling into mud. হেৰোসা পেটা, বি. পেটাল, ডাগৰ পেট- যুক্ত, wিit-bellied. হোলা, স, শ. বাৰিষা পানী ৰো, খৰালি শুকোৱা বা অলপ পানী থকা দীঘল আৰু বহল খাল, a long, broad lollow where water lodges during the rains. হোললাং, বি. বৃহৎ বৰ ভাস্কৰ, { গছু, ঘৰ আৰু নাৱত, খাটে); যেনে, হোললাং গছ, হোলো ঘৰ, হলো নাও, very targo ( said of trees, houses and আদিত পানী সোমাওঁতে বা ৰ পৰা ওলাওঁতে হোৱা শব্দ) চেী বা বতাহৰ কোবত নাওলৈ সোমাৱা পানীৰ খুন্দা, a wave dashing into a boat. হোলেকনি খা, টো বা বতাহৰ কোবত পানী খা (নাৱত খাটে); যেনে, নাৱে হলোকনি খালে, to take i waste (as a hroat). হেলোকা, স, শ, পানীত পৰা মানুহে এবা- ৰত গিলা পানী; ঢৌৰ বা বতাহৰ কোবত একে বাৰাত নাৱত সোমোৱা stany, the quantity of water which is swallowed at one time by at drowniny man or is died into a boat. হোলেঙ্গা, স. শ. {সং. শূল, যাঠীবিশেষ। দুই মূৰ জোঙ্গা ধান কঢ়িওৱা গোটা বা চেপেটা বাহ; হুলা মাৰি, a famoy() pulo with winted ends used in carrying sheaves of paddy on the shoulder. হোলো গেম, স. শ. এবিধ হেলেঙ্গা দৰে দীঘল বিশাল সাপ, a. kind of snake. হোলোগা মৰি, স, শ. (অ. সোলেং, এবিধ টেঙ্গা কল+মৰি, এবিধ টেঙ্গী ফশ) সোলে টোৰ আকৃতিৰ এবিধ মৰি টেঙ্গা, ৯ kind of acid fruit. হোল গোজ, বি. হোঙ্গা, ছল চাতুৰী নজন, simple, artless. হোৱা, অমুক, শিয়ালৰ নিচিনা মত, at imitative sound used to express tho cry of a jackal. হোৱা দি, হোৱা হোৱা কৰ, শিয়ালৰ দৰে aty, to cry, as a jackal. হোৱাৎ, স. শ. এবিধ গুগৰ পৰ্বতীয়া চৰাই, a kind of bird. হোৱা হই; বি. (অং. হ, সম্পূৰ্ণতা পা) প্ৰায় সমা, সম্পূৰ্ণ হবৰ ওচৰ চপা; যেনে, এই পুথি হোৱা হই হৈছে, nearly done or finished, boats ). হোলো নাও শক একে জোপা ভঙ্গ গছ খুলি ৰা নাও মাখেন খাটে, বালী নাঙ নেখাটে। বোলোকনি, স (জ, হেলো, চুঙ্গা