পৃষ্ঠা:হেমকোষ.pdf/৯৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেল হেল, শ অলপ টেঙ্গেচীয়, সৰু গুটি ধৰ এবিধ গছ; তাৰ গুটি, a kind of tre and its fruit. হেলঞ্চি, স. শ. (সং. হিলমোচী বা হি হেলী, যোচিকা; বং, হেলেঞ্চা, এবি পানীত হোৱা শাক) এবিধ পানীত গল্প শাক, মনোৱা, a tind of aquatic plant হেল’হৈচ, ভা, অব্য. কোনো গধুৰ বস্তু টা নিওঁতে মতা মাত, a term used i dragging or pulling a heavy body হেলা, স. শ. (সং. হেলা-হিল, অমনোযো নোযোগ, শৈথিলা, চেষ্টা অভাৱ; যেনে, হেলাত কাৰ্যা নাশ অসম্মান; যেনে, মান্থ জনলৈ হেলান Pfazi, neglect, inattention, dis regard. হেলাই হেঁপাই, “হেঁপাই ফেঁপাই” চোৱা। হেলাওটা, সু. শ. হেলা, অমনোযোগ, কাম' কৰা এলাহ, inattention or indife ence to work, idleness. বি. যত্ন নকৰ হেলা কৰা, উচিতৰূপে মনোযোগ নিদিয়া; যেনে, হেলাওটা কাম ভাল নহয়, not properly attended to (said of work). (বৰ চলিত নহয়)। হেলাৰাঙ্গে, ক্ৰি. বি. (অৎ, হেলা, এলাহ+ ৰং, ধেমালি; হেলা আৰু ধেমালি কৰি থাকিও) অনায়াসে, কোনো যত্ন না কৰাকৈ; যেনে, সেইটো কাম হেলাষাঙ্গে কৰিব পাৰি, easily, without exertion or effort. হেলালেচাৰি, স. শ. হেলা, অমোেযোগ, যত্নৰ অভাৱ, inattention or indiffer- ence to work, idleness. (বৰ চলিত হোক। গাটো ছেলেপেলেং হৈছে, fatigued, weak, , হেলো,। বি. { হিং, হলকা, পাতল) হেলেকৃলেকীয়া, সোলোক ঢেলোক,লোলা, ভালকৈ খাই নধৰা, not tiglitly fitted, loose. হেলেপনি, স. শ. পানীৰ হেলেনি, ঢৌৱে নৈৰ পাতিত কৰা আস্ফাল, agritation of water, the dashing of waves against the shore, হৈ, স. শ. ( অৎ, হাই, উচ্চ শব্দ উচ্চ শব্দেৰে হাতত চাপৰ মাৰি কৰা নিন্দা, a hoot, a cry of contempt. হৈ দি, উচ্চ শব্দেৰে হাতত চাপৰ মাৰি নিন্দা কৰ; যেনে, মূখক সকলোৰে হৈ frece, to loot. হৈ, আ. অব্য. পৰিবৰ্ত্তে, সলনি; যেনে, তাৰ sfat , in the place of, in- stend of. হৈচ, ভা, অব্য. কোনো গধূৰ বস্তু টানি foreto Folate, a particle used in pulling or dragging a kcavy body. হৈমন্তিক, বি. (সং. হৈমন্তিক-~-হেমন্ত, আঘোণ পুহ) হেমন্ত ঋতুত হোৱা, আমোণ পুহত উৎপন্ন, produced in winter, হৈয়া, বি, হেকে; একীয়া, খিয় নো- stal, oblique, not perpendicular, হো... অব্য, শলগা মা, an interjec- tion of consenting or admitting, yes. হে, স, ধা ধৰ, ল, গ্ৰহণ কৰ, to take or receive. ই কেৱল দ্বিতীয় পুৰুষৰ উভয় অৰ্থ, আৰু তৃতীয় পুৰুষৰ সমাৰ্থৰ লোটত ব্যবহৃত হয়; যেনে, ভুমি হোৱা, তই হোঁ, আপুনি হোৱক, a verb used only in the imperative mood, second, and third person, equivalent to take it or be pleased to take it. হোক, অধা..হোঁকোৰ হেঁকোৰ শৰ কৰ, বড় বা সৰু বাঘৰ দৰে মাছ, to belloy

:

হেলেপলে, স. শ. (অং ঢলংপং, দুৰ্বল বোধ। তোক বা ভাগৰত হোৱা দুৰ্বল বোধ, চলো পৰো কৰা ভাব; যেনে, থাটোৱে ছেলেপেলেং কৰিছে, a senge of weakness caused by hunger or fatigue, a sense of exhaustion. ff. ছোকৃত বা ভাগৰত হোৱা দুৰ্বল; যেনে, a n০ ০৫ ৬ hiten