পৃষ্ঠা:হেমকোষ.pdf/৯৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেতুকে। ..Co (WTC Abat, because of, by reason of. হৈতুকে, অ, অব্য. কাৰণে, নিমিত্তে; যেনে, তেওঁ নহা হেতুকে সি মহিল, because of, for the reason of. হেদাজি। পনি; , মহ আদিত খাটে }; যেনে, গৰুবোৰ হেদানি হল, let loose, having no keeper (as cattle). হেদাঙ্গি বা হেদানি মেল, ৰীয়া নথকাকৈ cafa fa, to let loose without a keeper. . হেদালি, স. শ. সেৰেঙ্গাকৈ কামী বৈ সাজি এলমাই থোৱা চং; যেনে, হেদালিত তুলি থ; সেই দৰে সজা চাল; যেনে, হেদালিৰ ঘৰ, a liurdle or nct-work of split bamlıoo use as a shelf, a rod of bamboo splinters wattlerl together. হেন, বি. {বং হেন, মেন) নিচিনা, যেন; যেনে, ভাল হেন বুজিলে সেই কাম কৰিবা, as, like, wich. হেন, স. শ. এনে বা এই কথা বা কাৰ্য্য (পদাত); যেনে, “হেন শুনি জাম্বৱস্তু, *) “হেন দেখি ধাই ধাউ গেৰি দিল॥” this speech or act. হেনয়, বি. এনে, এই প্ৰকাৰৰ (পদ্যত ); যেনে, “হেনয় কৃষ্ণ নমো," site, হেনাহ, বি. উচ্চাৰণ বা মাৰ ঠেলা ঠিক নোহা, বিদেশীৰ দৰে কোৱা; যেনে, হেনহিচা মাত, spoken without pre- cision of pronunciation or with a foreign accent or tone. 7. v. 18+ উচ্চাৰণ, বিদেশীৰ দৰে কোৱা কথা; যেনে, মাতৰ হেনাহচা, incorrect pro- nunciation, foreign accent or tone. হেনাচাকৈ, ক্ৰি. বি. বিদেশীৰ দৰে, অশুদ্ধ উচ্চাৰণ কৰি, in a foreign tone or accent. হেনে, খো- অব. (অং হেন, এনে বা এই প্ৰকাৰ) যে, এই দৰে, এই বুলি কবলৈ হেমাহি। শিকাই দিয়াত খাটে); যেনে, তুমি কব হেনে, সি নাহে, so and so. হে জানি, যে, অব্য, অং. হেন, এনে + জানি, বুজি; এনে কথা জানি) এতেকে এই কাৰণে; যেনে, এই কাৰ্য সিদ্ধ হবৰ আগন্তুক নাই, হেন জানি তাত নলগাই ota, tiierefore, it being se). হেন তেনু, বি. এনে তেনে; যেনে, হেন তেন্ বস্তু, sucli ansl sirch. স. শ, অমুক তমুক, এনে তেনে কাম বা বস্তু ( কোনো বস্তুৰ বা কামৰ নাম নোকোৱাকৈ ভাবেৰে তাক বুজাওঁতে ব্যৱহৃত); যেনে, সি হেন তেন pfact, so and so, much and such. হেন্দোল, অ, ধা. {সং, হিন্দোল, দোলন। দোল, ওলমি লৰি থাক; খলকনি লাগ, 7, to swing, to oscillate, to be agitatel (as water). হেন্দোলনি, স. শ. পানীৰ খলকনি, হেলে- যেনে, পানীৰ হেন্দোলনিত নাওখন কপি গল, agitation of water. হেন্দোলনী, স, শ, দোলন, জৰীৰে ওলমোৰ। দোলনৰ যতন, a roeking chair. হেন্দোদোপ, “দলদোপ” চোৰা। হেপোৰ-তেপোৰকৈ, ক্ৰি. বি. বলেৰে নোৱৰা কামত পৰিশ্ৰম কৰি, বৰ পৰিমেৰে; যেনে, বুঢ়ীয়ে হেপোৰ-তেপোৰকৈ ভাত afs, striving, to do something beyond one's strength, trying to one's utmost. হেবাধৰি, “হাবাথুৰি চোৱা। হৈপেটিমুৱা, বি. বিকটাযুৱা, liaving a distorted face. (স্ত্ৰী) হেপপটিমুঈ। (চহা মাত)। হৈম, স. শ. {সং, হেমন-হি, গতি কৰ } সোণ, gold. হৈমন্ত, স. শ. (সং, কেম--হেম, মিয়ৰ +অন্ত, স্বভাৰ; হিম পৰা স্বাৱ, প্ৰভাৱতে হিম পৰে, এতেকে) হিম পৰা কাল, জাৰ কালি, আমোণ পুই, winter. হেমাহি, সশ, কাৰ্যক্ত হেলা, এলাহত কৰা