পৃষ্ঠা:হেমকোষ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহাত আচমন ha content, as high as one can reach with the hand raised up wbile standing . আগৃহা, স. শ. (অং. আগ, সমুখ, ওপৰৰ ভগ + হাত, হন্ত) সেঁ-হাত; থিয় হৈ ওপৰলৈ মেলা হাত; যেনে, আগ হাজৰ সমান ওখ, the right hand; the hand raised up while standing. আগ-হাতে, ক্ৰি. বি. সেঁ-হাতেৰে; থিয় হৈ ওপৰলৈ মেলা হাতেৰে, with the right hand, with the hand raised up while standing . আঘণু, স. শ. (সং. অগ্ৰহায়ণ, অষ্টম মাহ) অষ্টম মাহ, কাতিমাহৰ পাচৰ মাহ, November and December. আঘাতু, স, শ, (সং, আ, উপস. + হন, হিংসা কৰ) কোব, মাৰ, কিল, প্ৰহাৰ, a blow, , আৰ, সংখ্যা (সং. একাদশ, এক + দহ) এক অধিক দহ, eleven, আঘোণ, স, শ, “আঘণ * চোৱা। আঘোণীয়া, বি. আঘোণ মাহত হোৱা, born or produced in Aghon. আ, স, শ, সৎ, আ, উপস. + মা, গল), গন্ধ, smell, আভাণ ক, গন্ধ ল, to smell. আঙো-পাঙোৰ, স. শ. {বং আঁড়ু বাড়ু, ওকট-পাকট বাতি আহিবৰ আগেয়ে নাড়ীয়ে লোৱ পাক, উকট-পাকট; যেনে, পেটে আঙোৰ পাঙোৰ কৰিছে, the uneasy sensation of the bowels before vomiting, nausea. আঙ্গা, স. শ. (সং. অঙ্গাৰ, জুয়ে পোৰা কাঠ আদি) জুই থকা এঙ্গা, burning coal. আঠা, মু. শ. {সং. অঙ্গুলিত্বাণ) ধেনুৰ জোৰ টানি অহাত আঙ্গুলি ঘা নেগি- বৰ নিমিত্তে হাত পি! আজঠী বিশেষ,

  1. guard for the finger applied to

the bow string by archers. আটি, সশ, (সং. অঙ্গুৰি, অৰী, অঙ্গুলিৰ আঠা, অলঙ্কাৰ) আকুলি পি এবিধ অলঙ্কাৰ তাৰ নিচিনা আন ঘূৰণীয়া FE, a finger-ring, a ring in general. আনি, স. শ. (সং, অঙ্গ, গাৰ কোনো ভাগ) আমোল বা আন সৰু গুটিৰ থোক। ঠেনি; যেনে, তামোল একাঙ্গনি দিয়া, a branch stem of a cluster of fruit. আলা-মুৰি, স. শ. (সং. অঙ্গমোচন, হাত ভৰি মুকলি কৰা) গা-মুৰি ভালেমান বেলি একে ঠৰে থকাৰ পাচত হাত ভৰি caractPal PÚT, the act of stretch- ing the limbs. , আঙ্গা, স. শ. (সং. অঙ্গাৰ, জুয়ে পোৰা কাঠ আদি) জুয়ে পোৰাৰ পাচত অৱশেষ থকা কাঠ আদিৰ কলা-ভাগ, charcoal, “এঙ্গাৰ” এনেও হয়। আঙ্গি-ভঙ্গি, প. শ. {সং, অঙ্গভঙ্গি, শৰীৰৰ ঊ) মুখ বিকটোৱা, বা কোনো কথা বুজাবলৈ হাতত ভাজ লগাই লৰোৰা , distortion of the face, contor- tion of the limbs, gesticulation. আ, স, শ• { যা.) মুশুকোৱা দ্ৰাক্ষা ফল, grapes. আঙ্গুল, স. শ. (সং. অঙ্গুলি, হাতৰৰ ঠেলি) আঙ্গুলিৰ পথালি জোখ, আঙ্গুলিৰ এপেটু; যেনে, এক আঙ্গুল মাটি, a finger width in measure. আঙ্গুলি, স. শ. (সং, অঙ্গুলি বা অঙ্গুলী, হাত ঠেঙ্গুলি। হাতৰ বা ভৰিৰ cdo fa, a finger, a toc. আঙ্গুলিয়া, অ. . আঙুলি টোৱাই দেখা, {দেখোৱা বস্তুটোৰ চতুৰ্থী বিভক্তি হয়। যেনে, ঘৰলৈ আঙ্গুলিলে, to point at. আচাই, স. শ. দুৰ্বলতাৰ নিমিত্তে হোৱা মূৰ-ঘূৰণি; যেনে, বৰ নৰিয়া মানুহে মূৰ দাঙ্গিলে আচাই হয়, giddiness causes, by weakuess. আচমন, স. শ. {সআ, উপস,+চ, খা) শুচি হবৰ নিমিত্তে হাতৰ গুৱাত পানী লৈ তিনিবাৰ মুখত দি নাক, কাণ, চকু আদি ছোৱা কাৰ্য, the act of thric আলী, }