পৃষ্ঠা:হেমকোষ.pdf/৯৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেপাহ্ পলুৱা। ১৪ " 5, to be satisfied with food or drink, to be satiated. হেঁপাহ পলুৱা, তোক বা পিয়াহ গুচা, 1o appease hunger or thirst. হৈপেহুৱা, বি. হেঁপাহযুক্ত, আকলু, long- হেঁপোৰ পিটা, স, শ. মুখেৰে হেঁপোৰ হেঁপোৰ শব্দ কৰি পিঠিত কোবাওঁতা, one who strikes the back with a stick each stroko being accom- panied with a short quick sound from the mouth. হেঁপোৰ পিট, মুখেৰে হেঁপাৰ হেঁপোৰ শব্দ কৰি পিঠিত কোবা; কৰিব নোৱৰা বনত লাগি থাক; যেনে, হাল ৰাবলৈ ধৰি হেঁপোৰ পিটি আছে, to strike the back with a stick cach stroke being accompanied with a short quick sound from the mouth, to tug at work difficult perform. হেফনি, স. শ. কোনো কাৰ্য কৰাত বা কোনো কথা কোৱাত বাধা কৰিবৰ মনেৰে চকু পকাই উচ্চৰা এটা বা দুটা অব্যক্ত শব্দ, breathing hard. হেকটি মৰ, ডেকাহি মাৰি বাধা ক; যেনে, মই কবলৈ ধৰোতে তেওঁ হেঁফনি itfact, to breathe bard. হেঁহনি, স. শ. (হেঁ হেঁ, অনুক, ঘোঁৰাৰ মা, ঘোঁৰাৰ হাঁহি, the neigling of a horse. হো, অ, ধা, ঘোৰাৰ দৰে হেঁ হেঁ কৰ, to neigh. হোন, স, শ, আপুনি কৰ উপকাৰ সেৱ- ৰাই দিয়া লাজ, the act of taunt- ing a person by reminding him of favor conferred. হেফান পাৰ আপুনি কৰা উপকাৰ সোঁৱ- ৰাই লা দি to taunt by remirling of favor conferred: হে হেকনি, সশ. (হে হে, কেৰু কে) ঘনে ঘনে ধাৰ সাধি বা বস্তু খুজি কুৰ আমনি, খেচখেচনি, the act of inpor- tuning. হেকৃহেকা, অ, ধা. খেচ খেচা, ঘনে ঘনে ধাৰ সাধি বা কোনো কাৰ্য্য কৰিবলৈ কৈ আমনি কৰ; যেনে, ধৰুৱাই হে- হেকায়, to importune, to vex by Junning. স, শ. ভাল জাতিৰ পহু- হেঙ্গাল-কুকুৰ, মৰীয়া কুকুৰ, a hound. হেঙ্গা, স. ধা, খজুওৱাৰ দৰে অলপ বেদনা জন্ম, ( ভিঙ্গিত খাটে); যেনে, কেঁচা সভা পনীয়ালে গল হেঙ্গায়, to cause a slight itching or irritating sen- sation in tlie throat. হেঙ্গা অকাই, স. শ. এবিধ ডাঙ্গৰ জকাই, a kind of basket for catching fish. হেঙ্গা-পুঙ্গা, বি. (অং হেজাৰ, জেওৰা, এতেকে বাধা পুঙ্গ, অনুৰূ.) ঘনে ঘনে মিছা ওজৰ কৰি কাম পেলাই থোকা কাৰ্য, আজি কবিম কালিলৈ কৰিম বুলি কৰা পলম, 'procrastination, putting off under false pretences. হেঙ্গা, স, শ, গোটা গোজত পথালিকৈ বাঁহ আদি বান্ধি অলপ দিনলৈ দিয়া ceat, a temporary fence made of whole bamboos. হৈল, স. শ. (সং. হিঙ্গুল, এবিধ ৰঙ্গা বস্তু) fara, vermillion, ciwabar. হেঙুলীয়া, বি. হেলৰ নিচিনা; হেল লগোৱা; হেলৰ দৰে ৰঙ্গা, red, colored with vermillion. হেজাৰ, “হাজাৰ চোৱা। হৈজৰীয়া, বি. হাজাৰ টকা মূল্যৰ; এক হাজাৰ খকা, of the value of or con. taining one thousand. হৈতু, স, শ, (সহেঙু--হি, গতি কৰ} কাৰণ, নিমিত্ত; যেনে, এই কাৰ্যৰ হেতু কি? eauge, reason. আ, অব্য. কাৰণে, নিমিত্তে, নিগুণে; যেনে, বৰষুণ নোহো