পৃষ্ঠা:হেমকোষ.pdf/৯৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেঁপাহ পলা হো মাৰ। ইতিৰ, পৰা সিদভিলৈ লৰাবৰ কাৰণ হাত আদিৰে কৰা বল, downward pressure, a push. হেঁচা মাৰ, তললৈ বা আগলৈ ঠেল, to press down, to push. হেচা খা, ওপৰত ভৰ পৰি তললৈ বহ; যেনে, হেঁচা খাই চেপেটা হল, to be pressed down. হো হেঁচিস. শ. ঠেলা ঠেলি, এজনে আন এজনক হেঁচা কাৰ্য, tlie act of joush- ing each other. হেঁচোক, স. বা. আগলৈ ঠে, এফালৰ পৰা আন ফাললৈ বা তলৰ পৰা ওপ- বলৈ ঠেল; যেনে, হেঁচুকি গছলৈ কিমান তুলিব, to push. স. শ. ঠেল, at pusl.. হেঁচো মাৰু, ঠেলা মাৰ, to usli, হেঁটাওপৰা, স. শ. (অৎ, হেঁটা, বেঁকা+ ওপৰ, উদ্ধভাগ) একেটা বস্তু পাবৰ নিমিত্তে দুই বা অনেক মানুহে ইটোৰ ওপৰত সিটো পৰা বা জোটাপুটি কৰা কাৰ্য; একেটা বস্তুৰ নিমিত্তে অনেকে

  • 417, the act of serambling for

soniething, competition. হেঁটা মেচা, বি. অসমান, ওখ চাপ, . হেঁতা, স. শ. (ব, হাতা, ভাত কঢ়া যতন-~- সং. হস্ত, হাত; তাৰ নিচিনা, এতেকে ) ভাত আঞ্জা কঢ়া মাল লগোৱা পিয়লাৰ নিচিনা এবিধ সঁজুলি; যঁতৰ ঘূৰাবলৈ। হাতেৰে ধৰা মূৰ বেঁকা কাঠৰ যতন, a ladile, the handle of a spinning wheel. হেমাৰি, স. শ. (অং. হাত, হস্ত} ঠেক সাকোত বগাওঁতে হাতেৰে ধৰিবলৈ বান্ধি দিয়া বাঁহ আদি, সাকো মাৰি; যতৰৰ (561, the land-rail of a narrow bridge, the handle of it spinning wheel . হেঁপা, স. শ. ৰাতি ঘৰৰ পৰা পাৰ খাদি ধৰি নিয়া এবিধ মেকুৰীৰ নিচিন বন- ৰীয়া জন্তু, a kind of wild animal which pleys upon domestic pigeons, &c. হেঁপা, স. শ. ওখ বা আঁতৰত থকা বস্তু ধৰি- বলৈ হাত মেলন; যেনে, হেপ মেলিও Contay cauty, the act of stretch- ing forth the hand to watch something on a height or at a distance. হেপ মে, ওখত বা আঁতৰত থকা বস্তু ধৰিবলৈ হাড় ধঢ়া, to stretch forth the hand to watch something on 4 height or at a distance. হেঁপাই ফোপাই, ক্ৰি. বি. (বং, হাঁপান, খৰকৈ উশাহ লওন+অং, ভেঁপা, খৰকৈ চুটি উশাহ ল। ফোপাই জোপাই, হেলাই et, papting, being out of breath. হেঁপাহ, স. শ. হাবিয়াহ, বৰ বাঙ্গা; হতাহ, বৰ ভোক বা পিয়াহু, a forging, an intense desirc, great hunger or thirst. হেঁপাহ লাগু, হাবিয়াহ ৰা বৰ বাণ হ বৰ তোক বা পিয়াহ লাগ, to have a "longing, to hunger or thirst. হেঁপাহ পলা, খাই বৈ সন্তুষ্ট হ ডোক পিয়াহ lineveil, . হৈটিয়া, স. ধ. ( তাৎ. হাত, হস্ত ) ধৰিবৰ কাৰণ হাতেৰে পানীৰ তলত খপিয়া; যেনে, মাছ হেঁটিয়াইছে, to grope for under water. যদিও এইটো শব্দ ‘হাত’ শব্দৰ পৰা ওলোৱা হেতু তাক ‘ত’ দি লিখা হে উচিত, তথাপি উচ্চাৰণ অনুসৰি ভাত ‘ট দিয়া যায়। হেঁটুলুকা, স. শ. (হেঁটুলুক, এনে শব্দ কৰে, এতেকে) এবিধ সেউজ বৰণীয়া চৰাই, kind of bird. বি. (অং হেঁটা, বেকা+ হেঁটুমুৰীয়া, ফুৰ, শিৰ) বেঁকা বা এক- শীৰা মুৰযুক্ত, having an ill-shaped head,