পৃষ্ঠা:হেমকোষ.pdf/৯৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিৰণ্য টা। এবিধ বাখৰ) এবিধ বৰ টান, চকমক বহুমূল্য বাখৰ, বৰ টান আৰু উত্তম চক কলহ গঢ়া এক হীন আতিৰ কুমাৰ, a diamond, a potter of a lower caste. হীৰাকণি, স, শ, (অং. হীৰা, বাখৰ+, কণিকা, ক্ষুদ্ৰ অংশ) সৰু হীৰা, a small diamond. হীৰা-গঢ়া, বি. হীৰা কুমাৰে সখা, made by a pottor of the Ilira caste. হীৰাম, স. শ. (সং. হৰি, সেউজীয়া+মণি, বাখৰ; হিং. বা. হীৰাম, এবিধ টো) এবিধ অতি সুন্দৰ বিদেশ ভটো, a kind of beautiful parrot. ভা, অব্য, বনৰীয়া জন্তু খেদোৱা হই-ঔ, উচ্চ মাত, a sound used for driving away a wild beast. , ভা. অব্য. গাৰ ৰা মনৰ দুখ প্ৰকাশ কৰা মাত, an interjection of pain or sorrow, সা) সোণেৰে সজা; সোণৰ নিচিনা, made of gold, like gold. হিৰণ্য, স, শ, (সং. হিৰণ্য---হু, এহণ কৰ) সোণ, gold. হিৰণ্যকশিপু, স, শ, এজন দৈত্যৰ ৰজা, হিৰণ্যা, } তেওঁ প্ৰদৰ পিক আছিল, তেওঁক বিষ্ণুৱে নৰ-সিংহ ৰূপ ধৰি 24*44, a monarch of the Daitlyas and the father of Prahralla. হিহি, অনুক, মেধৰ গানিৰ নিচিনা

  • 7, an imitative sound used to

express the rumbling of thunder, হিহিৰণি, স. শ. গিগিৰণি, গাঞ্জনি, rums. ing of thunder, &c. হিহি, অ, ধা. গিগি, to rumble, as distant thunder. হিলৈ, শ, শ, (আহ.} গুলী মৰা অষ, কলাই থাৰত জুই লগাই গুলী নিক্ষেপ কৰা যতম, & gun, a musket. হিলৈ মাৰ, হিলৈ ভৰা খাৰ জুই লগাই şi, to discharge a gun. হিশৈ-খা, স. শ. হিলৈ মৰা খৰ, কলাই খাৰ, gunpowder. হিলৈ-টি, স. শ. হিলৈৰ গুলী, & musket ball. হিলৈদাৰি, , শ, হিলৈৰে যুঁজা টিপাহি, falar utråtol, a soldier armed with a gun. হী, বি. (স”, হীন-হা, ত্যাগ ক) নথকা ( এই ভাৰত এটা সংশৰ পাচত যুক্ত হয়); যেনে, আনহীন; নীচ, অধম, কম, নীহ; যেনে, হীন জাতি, devoid of, low, mean. হীন-ভেঢ়ি, বি. ( অং. হীন, কম + ভেঢ়ি, অধিক) অধিক বা তাকৰ, অসমান, nnequal, more or less. 4. 24. jay- ধিক্য, অল্পতা বা আধিক্য, inequality. হীৰক, স. শ. (সৎ , হৰণ কৰ; মানুহে পালেই নিয়ে, এতেকে), এবিধ ৰাধৰ, a diamond হীৰা, শ, শ.. {স, হীৰক। হিং. বং, হীৰা, হুঁচৰি, স. শ. (অ. বিহু, বহাগৰ সংক্ৰান্তি +সং. চৰ, গতি কৰ বহাগৰ বিহুত ধনৰ আশাৰে জুম বান্ধি ঘৰে ঘৰে গৈ ঢোল আদি বজাই গোৱা গীত, the songs sung by persons going in proces- sion from house to house playing upon drums, &c., during the Biku Festival of Baisakh. কুঁচৰি গা, বহাগৰ বিহুত জুম বাজি ধৰে ঘৰে Est 16, to go in a body from house to house and sing songs during the Bihu festival of Bai- sakh. হুঁচৰি-গোৱা, স. শ. বহাগৰ বিহুত গীত গাই নাচি খন খুজি ফুৰা মানুহ, one of those who go about dancing and singing during the Bihu festival of Baisakh. ‘টা, বি. (অং হটু, টান বস্তুত আস্থা লাগি হোৱা শব্দ নিসিজো বা নো- কোমলোৱ, টান হৈ একা, চাউল বা মাহত খাটে}; যেনে, টা চাউল। অশিষ্ট, জলোকৰ ৰীতি নানা; অৰুন;