পৃষ্ঠা:হেমকোষ.pdf/৯৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰ, হাটু বেহ, হাটত কিন বা বে, to go marketing , হাটৰুৱা, বি. হাট কৰিবলৈ যোৱা; ধেনে, হাটৰুৱা মানুহ; হাটৰ; যেনে, হাটৰুৱা 78, buying or selling in a market, relating to a market.. হাটা, স. শ. (অং. হাট, বজাৰ) পঢ়াশলীয়া ছাতৰ ৰা সৰ ভকত থকা হাট বা বজাৰৰ দৰে শালীকৈ সজা ঘৰসমূহ, a row of houses attached to a religious in- stitution or school for the residenco of disciples or students, , হাটী-মা, স. শ. (অং, হাটী+ মতা, আবাহন কৰোতা) কোনো কামৰ নিমিত্তে হাটীৰ পৰা ভকত মাতি অন। বিষয়া, an officer of a Saltra whose eluty is to call the Bhakats to meetings. হাটোৱালী, স. শ. হাটত থকা ভূতুনী, a female goblin supposed to haunt market places. . হাট-খোৱা, স. শ. (অং, হাট+ খোৱা, ভোগ ক) হাটৰ দান ভোলা বিষয়, a col- lector of market duties, হাট-বাট, স. শ. (অং. হাট + বাট, পথ। বেচ লৈ কৰা দিয়া লোৱা, কিনা বেচা; মিল প্ৰভিৰে এজনৰ গুৰিলৈ আন জনে কৰা যাতায়াত, business, transaction, friendly intercourse. , হাড়, স, শ, (সং, ইচ্ছ, হিং. বং হাড়, অন্থি। মঙ্গহৰ ভিতৰৰ টান ভাগ; যেনে, হাতৰ হাড়, a bone. হাড় কাটনৰ আপুনি হাড় ভাজি অৰ্জ, আপুমি সুখ কৰি উপাৰ্জন কৰা; যেনে, তাৰ হাড় কাটনৰ বস্তু, acquired or produced by one's own labour. হাড় খোৱা, খাই ৰৈও চিকোণ হব নোৱৰা, হাড় ওলাই থকা, naturally lean, হাড়ি, দশ, {সৎ, হভি, ঠেং বন্ধ ষন) চৰিবলৈ এৰি দিয়া জৰ দুই ঠেং চপাই, দিয়া বাঞ্ছ, বাঙা, a hobble for the lege of an animal. হাত্ যোৰ। হাড়ি মাৰ, দুই ঠেং গোটাই বা, to hobble. হাড়-খৰাহি, বি. (অ. হাড়, অস্থি+খৰাহি, এবিধ পাত্ৰ; এখৰাহি হাড়) ক্ষীণ, lean. হাড়, স. শ. {সং. হস্ত, হিং, হাথ, ব. হাত, ক) বাহৰ আগৰ চেপেটা আৰু আঙ্গুলি থকা ভাগ; কিলা কুটিৰ পৰা মাজৰ আঙ্গুলিৰ মুৰলৈ যিমান সেই পৰিমিত দীঘৰ জোখ চোলাৰ বাই ঢাকা ভাগ, the hand, ont cubit in length, a sleeve. . হাত্ আহ, কোনো কাৰ্যত ভালকৈ হাত চল বা অভ্যাস হ; যেনে, লিখাত তাৰ to syfers, to be practised or trained, as the land. হাতৃ উজান দি, বনত সহায়তা কৰ; যেনে, ঘব ছাতক হাত উজান দিছে, to assist in the performance of a work. হাত্ কৰ বা হাত কৰি ল, বশ কৰু, দখল কৰ; যেনে, সি অমুকক হাত কৰি লৈছে, to bring under control or pós- session. . হাত্ পি, স্পৰ্শ কৰু, ছে; যেনে, তাৰ গাঙ্গ to fafafa, to touch. হাত্ ধৰ কৰিবলৈ খেচৰ হ, শীঘ্ৰে কৰিব নোৱৰা হ; যেনে, বাখৰ পদ্য কাৰ্যে 46, to be tedious, as a work or business. হাত্ পাতৃ, ভিক্ষা কৰ, খো; যেনে, তোত হাত নেপাতে, to beg alms, to ask for pecuniary aid. হাত ফুৰা বা হাত বুলা, লাহে লাহে হাতেৰে মোহাৰ; যেনে, নৰিয়াৰ জৰিক্ত হাত ফুৰাইছে বা বুলাইছে, to rub gently with the hand, to stroke. হাত বলা, আখৰ লিখিবলৈ অভ্যাস কৰু, to practive hand-writing. হাতৃ যোৰ, বৰকৈ বিনয় কৰোতে দুয়ো হাত লগু লগা; যেনে, হাত ঘুৰি প্ৰাৰ্থনা কৰিলে, to join the hands, as in carnest supplication.