পৃষ্ঠা:হেমকোষ.pdf/৯৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কোলা মাৰ, act of throwing the boxly forward with the arms extended, as in swimming, &c. ফোলা মাৰ, দুই বাহু মেলি পানীত অলপ আগ যাঢ়, অলপ সতৰ; যেনে, ফোলা মাৰি পাৰ হব পাৰি, to swim a short distance. ফোলা মেল, দুই বাহু মেলি কোললৈ আহিব খো; যেনে, লৰাই ফোলা CACT, to extend the arms, as a child; to express the desire of com- ing to the arms of a person. হৰুৱাকপৌ, স. শ. এবিধ ভাঙ্গৰ কাপে, a kind of pigeon. হু, অ. . (সং. হস; হিং. ইসনা; বং. হাসন, ৰঙ্গত আঁত উলিয়া) হাস্য কৰ, সাত উলিয়াই আনন্দ প্ৰকাশ কৰ, to laugli. স. শ. নিন্দা কৰ, নি; যেনে, অমুক ৰাজ্যে হিছে, to itlieule. হহ, স, শ. (সং. হংস, এবিধ পানীৰ চৰাই) চেপেটা ঠোঁটআৰু ছালৰ নিচিনা পৰে অনেক বিধৰ চৰাইৰ সাধাৰণ নাম; যেনে, -হাহ, পাতি হাঁহ, দিল-হ, পানী- হহ, ইত্যাদি, the generic name of web-footed birds of various kinds. হাহ, কুদ, স, হাস্য কৰণ, the act of laughing ই-হ, ভা, অব্য. (অং. ই, বাধা বুজোৱা মাত। বাধাক বলৱ কৰিবলৈ দুবাৰ উক্ত "1" **, a prohibitive interjection twice repeated. --কা-কা, স. শ, (সং. হাহাকাৰ, সুখ বা শোক বুজোৱা মাত} ভাত কাপোৰ দুখৰ নিমিত্তে কৰা শোকৰ ধ্বনি; যেনে, এই বাৰ খেতি নহলে মানুহৰ হাঁহ-কা-কা হব বা লাগিব বা মানুহে হাঁহ-ক-কা কৰিব, দেশভ হা-হা-কা-কা লাগিছে, a cry of distress. caused by the want of the necessaries of life. হি, স. শ. (সং হাস্য; হস, স্পাত উলিয়াই ৰং কৰ) দাত উলিয়াই আৰু মুখেৰে শৰ কৰি কৰা আনন্দ, laugh, laughter, হাঁহিমুখ, স. শ. ‘হা মুখ, আনন্দিত সুখ, laughing countenance. হিনী, ল, শ, হাঁহ জাতিৰ মাইকী, মাইকী

  1. te, a duck or googe.

হাঁহিয়াত, স. শ. (অং. হাঁহ, নিন্দ) অখ্যাতি, paftor, fetawi, ridicule, derision. হাক, স, শ: {হিং. হানা, উচ্চ শব্দেৰে মাতৃ ) বাবা, মা, নিষেধ, prohibition. হাক্ দি, নিষেধ কৰ, to prohibit. হাকিম, স. শ. ( যাৎ.) অধিকাৰ, গৰাকী; fastze, a ruler, a master, an admi- nistrator of Justice. হাথু, অ, ধ, হিং, হগন; বৎ. হাগন, মল- ত্যাগ কৰ) মলত্যাগ কব, পেটৰ মল উলিয়া, শৌচ কৰ, to evacuate the bowels. ( চহা যাত)। হাগ, কদ, সহঙ্গা কাৰ্য, শৌচ কৰণ, tlie act of evacuating the bowels. (1978) হাগনি, স. শ. ঘনে ঘনে শৌচ কৰা ৰোগ, looseness of the bowels, diarrhwa. ( চহা মাত)। হাগো, কদ, স, শৌচ কৰোতা, one who evacuates the bowels. (1) হাঙ্গী, স. শ. (সং, সঙ্গী, লগৰীয়া) লগৰ বা সমান এজনে কোনো কাম নকৰ হেতু তাক কৰিবলৈ অমান্তি হোৱা বা কৰা দেখি কৰিব খোজা কাৰ্যত বাগি, one who tries to excuse himself, হাঙ্গি ধৰ, 'বাগি ধ” চোৱা। হাজৰিকা, স, শ. (অং হাজাৰ+ হাজৰিকীয়া, এক, এহেৰা) এহেজাৰ কাৰীৰ ওপৰৰ বিষয়া, an offeer over one thousand men. হাজাৰ, সংখ্যা (হি. বং. হাজাৰ) সহ, দহ শ, a thousand. হাট, স. শ. (স হট্ট; হি. ব হাট, বস্তু ৰো ঠাই নিপিঙ্ক দিনত অনেক মানুহ গোট খাই কিনা বেচা কৰা ঠাই, a fair, a stated market.