পৃষ্ঠা:হেমকোষ.pdf/৯৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৮ বখা, পেট ভঙ্গি কথা কোৱা, frank, outspoken, sincere. হস্ত, স. . ( সৎ, হস্ত-হস, ঘঁহ) হাত, বাহুৰ আগৰ ছেপেটা আৰু আঙ্গুলি থকা 751, the hand. হস্তগত্, বি. (সং. হস্তগত-হস্ত, হাত + গত, যোৱা) হাতলৈ যোৱা, অধীন হোৱা; যেনে, লোকৰ হস্তগত ধন, Come under the possession of হমৈথুন, স. শ. (সং, হন্ত, হাত+ মৈথুন, শৃঙ্গাৰ) হাতেৰে কৰা শৃঙ্গাৰ, হাতেৰে লিঙ্গ সঞ্চালন কৰি কৰা কাম-পীড়াৰ শান্তি, inasturbation. হদি, স. শ. (সং. হন্তিদন্ত-হুস্তি, হাতী+দন্ত, ত} হাতীৰ জাত, ivory, the tusk of an elephant.(ettfa780114 প্ৰাণিহিংসা শব্দৰ তলৰ চূৰ্ণিকা চোৰা)। হস্তিনাপুৰ, স. শ. {সৎ, হস্তিনাপুৰ-হন্ডি, সেই নগৰ পাৰ্তোৰ নাম+পুৰ, নগৰ) দিল্লীৰ উত্তৰ পূব কালে তাৰ পৰা ৫৭ মাই- লৰ আঁতৰত থকা পাণ্ডৱবিলাকৰ নগৰ, ancient Delhi, the capital of You dhisthira. হী, স. শ(সং. হস্তিন -হত্ত, হাত বা শুৰ + ইন্; হাত আছে, এন্তেকে) হাতী, an elephant. (1) fait হ-হৈয়, স. শ. (হ, বেগাই পানী বৈ খোৱাৰ নিচিনা শব্দ) পানীয়ে ন-কৈ খনা জানে দি বেগাই বৈ যোৱা সেত; যেনে, সেই পোনে হ-হৈয়া পৰিছে, the im- petuous rush of a stream through a newly formed channel. হা, ভা, অব্য. মনৰ দুখ বা বেজাৰ বুজোৱা মাত; যেনে, হা ভৈয়াই, an interjec- tion of sorrow. হাই, স. শউচ্চ শব্দ, ডাঙ্গৰকৈ কোৱা কথাৰ বা দলৰ শব্দ, a noise, elamour, a loud voice. হাই কৰ, উচ্চ পণ কৰ, to make a noise. হাই কাগ, উচ্চ শব্দ হ, দন্দ লাঞ্চ, to the 'made, as a noise. হাই-উৰুমি, স. শ. (অং, হাই+উৰুমি, } কোহল, বৰ হাই, উচ্চ শৰেৰে কৰা দশ, a loud noise, a noisy dispute or quarrel. . হাই-উৰুমি লাগ, উচ্চ শব্দেৰে দন্দ হ, to be made, as a noisy quarrel. হাইচ-লাইচ, স. শ. (সং. হাস্য, হাঁহি+লাস, নাচন) ৰং-ধেমালি; মত তিৰোতাই শৃগৰৰ সম্বন্ধে কৰা আলাপ বা ধেমালি, merriinent, amorous sport, dalliance. হাইঠ, স. শ. {সং. হাৰীতক, এবিধ সেউ- জীয়া কপৌ ) এবিধ সেউজীয়া কপৌ জাতিৰ চৰাই, the green pigeon. হাইঠা, স. শ. ( হিং. ৰীঠা, এবিধ গছৰ গুটি ) এবিধ গছৰ গুটি, তাৰ চোকোৰাৰে কোত- afat Cat up, the soap nut of North India, Hindi and Bengali rithu. Sapindus Mulcorossi (Watt). হাইল, স, শ. (সং. হৰিতাল, এবিধ হল- ধীয় দ্ৰব্য) এবিষ হালধীয়া আকৰত হোৱা

    • , yellow orpiment, king's yellow.

হাইৰাণ, বি. (যাং হৈৰাণ, ভাগৰণ) হাৰা- শান্তি, বৰ ভাগৰ বাকই পোৱা, harassed, wearicd. হাউ, অনুক, বঁতিয়াওঁতে হোৱাৰ নিচিনা

      • , an imitative sound used to

express that of vomiting. হাউ কৰে, ক্ৰি. বি. হাউৎ শব্দ কৰি; যেনে, হাউৎ কৰে বঁতিয়ালে, with the above sound. হাউলি, শ, শ. (যাং, হাবিলি) ভাঙ্গৰ লোকৰ টোল বা ধৰবাৰী; যেনে, বাহাউলি, premises of a nobleman. হাউশি, স. শ. বাধে গন্তুক ধৰোঙে কৰা শব্দ, the sound attered by a tiger when attacking his prey. হাঁ, ভা, অব্য, বাধা বুজোৱা মাতৃ; যেনে, হ! কি কৰ? নথকা যা পাবৰ নিমিতে ব্যৰ হৈ কৰা চিৎকাৰ;যেনে, হাঁ হাত! $1001ta, an interjection of pro- hibition, an exclamation expressing