পৃষ্ঠা:হেমকোষ.pdf/৯৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্না-যাত্ৰা। ৯৩৭ স্নান্যাল, স, শ, (সং. স্নানযাত্ৰা-স্নান? +যাত্ৰা, উৎসৱ) জেঠৰ পূৰ্ণিমাত জগন্নাথক স্নান কৰোৱা উৎসৱ, the annitiak bath. ing ceremony of Jagannath. . স্নায়ু, স. শ. (সং, স্নায়ু, গা ধো} গাৰ সিৰ; মহৰ আঁহ, a tenedon, a muscle, a nerve. স্নায়ু-মণ্ডল, স. শ. { সং. স্নায়ুমণ্ডল-স্নায়ু, ঐ+ মণ্ডল, গোলাকাৰ। গৰ সিৰসমূহ, পৰস্পৰ সংযুক্ত মঙ্গহৰ আহসমূহ, the muscular or servous systeni. স্নিগ্ধ, বুদ. বি. (সং. স্নিগ্ধ-খ্ৰিস্থ, তেলেতীয়া হ) তেলৰ গুণযুক্ত, মুছু আৰু পিছল; 104, 666, smooth, vily, unetuous, cool. . স্নিগ্ধতা, গু. শ. স্নিগ্ন গুণ, তেলৰ নিচিনা 69, unctuousness, sanoothness, স্নেহ, স. *. (সং. স্নেহ---স্নিহ, মৃদু হ; প্ৰ. সনেহ, চেনেহ } কোনো লোকৰ প্ৰতি হোৱা মনৰ মৃদু ভাৱ, মৰম, চেনেহ, a tender feeling, affection, love. স্নেহ-দ্ৰব্য, স, শ, (সং. স্নেহদ্ৰ-স্নেহ, তেল + দ্ৰৱা, বস্তু } তেলেতীয়া বা তেলৰ ca f459 , an vily substance. স্নেহ-পাত্ৰ, স. শ. ( স. স্নেহপ, স্নেহ-ভাজন, স্নেহভাজন-স্নেহ, মম + পাত্ৰ, ভাজন, উপযুক্ত লোক ) মৰম বেকাৰ উপযুক্ত লোক, চেনেই পাওঁতা, a favourite, an object of affection. সুেতি, বি. (সং. স্নেহাশ্বি-মেহ, ঐ + অন্বিত, যুক্ত) স্নেহযুক্ত, মৰমিয়াল, affes:- tionate. স্পন্দন, কদ, স, ( সৎ, স্পন-স্প, সৰু ) শৰীৰৰ অঙ্গ লৰণ; যেনে, চকুৰ স্পন্দন, the act of throbbing . স্পন্দিত, কৃ৭. বি. লৰা, সঞ্চালিত হোৱা (অত খাটে); যেনে, চক্ষু স্পন্দিত হৈছে, throbbing or beating as any part of the body. স্পৰ্শ, স. শ. (সং. স্পৰ্শ—স্পৃশ, ছোট ছোৱন, কোনো অঙ্গত লাগন; যেনে, জিঙৰ স্পৰ্শৰ দ্বাৰা আদ পোৱা যায়, touch, contat. স্পৰ্শন, কদ, স. ছোৱন, ছোৱ কাৰ্য, the act of touching. স্পৰ্শনীয়, বি. ছুবৰ যোগা, স্পৃশ্য, fit to He touched. স্পৰ্শ মণি, স, শ, {সং, স্পৰ্শমণি-~~-স্পৰ্শ, ছোৱা + মণি, বাথৰ) এবিধ কাল্পনিক শিল যি লাগিলে সকলো বন্ধু সোণ হয়, the philosopher's stonc. স্পষ্ট, কদ, বি. (স.. স্পষ্ট-স্পশ, ব্যক্ত ক) পৰিষ্কাৰ, ভালকৈ ওলোৱ; যেনে, লৰাৰ মাত স্পষ্ট হয়; ঘোট গোট, গাত গা নলগা; যেনে, স্পষ্ট আখৰ, বাক্ত, ওলাই থকা; ককজকীয়া; যেনে, গাৰ হাড়বোৰ স্পষ্ট হৈ ওলাইছে, clean', plain, distinct, evident. স্পষ্টাক্ষৰে, ক্ৰি. বি. (সং. স্পষ্টাক্ষৰ—স্পষ্ট +অক্ষৰ, আখৰ স্পষ্টৰূপে, পৰিষ্কাৰৰূপে, effe, clearly, plainly. বি. (সং. স্পৃশ্য— স্পৃশ, ছো) দুবৰ cater, fit or proper to be touched. স্পাহনীয়, বি. (সং. স্পৃহনীয়–স্পৃহু, বাধা ক) বাঞ্ছনীয়, অভিলাষ কৰিবৰ মোগ্য, desirable. স্পৃহা, স, শ, বাঞ্ছা, আকাংক্ষা, ৰাপ, হাৰি- sto, desire, a longing. স্ফটিক, স. শ. (সং. স্ফটিক-স্কুট, প্ৰফুল্লিত হ) এবিধ বগা আৰু চকমকীয়া শিল, ফটিক, exystal. স্ফীত, বি. (সং. স্ফীক্ষায় বৃদ্ধি পা} ফিকা, উথহা; ওফোন্দা, swollen, paffed. স্ফুটিত, কুদ. বি. (সং. স্ফটিত~-ফুট; ফুল) ফুলা, বিকসিত, পাহি-মেলা, (ঘাটক, স. শ. (সৎ» ক্ষোটক, বিজাৰ; ফুটোৱা যায়, এতেকে। ডাঙ্গৰ খই, গাৰ, a boil, স্মৰ, স, ধা. {সং. স্মৰণ, সেঁৱৰণ- সেঁৱৰ সোঁৱৰু পুনৰায় মনলৈ আন; মনত ৰাখ; মনেৰে মাতৃ; যেনে, কৃষ্ণই