পৃষ্ঠা:হেমকোষ.pdf/৯৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সোধোঁঙা শোম সোভো, কদ, স. (অ. সোধ, প্ৰশ্ন কৰ, বিচাৰ কৰ ইত্যাদি) প্ৰশ্ন কৰোতা; festa Prato, a questioner, an investigator. ( 87 ) catro সোধ কৰ্তা, স. শ. ৰিচাৰক, গোচৰ সোধোতা, a judgc. সোকাল, স. শ. (সং, সকাল, প্ৰত্যুষে ) ৰাতি পুৱা, প্ৰভাত; যেনে, বেলি দুপৰ হল এতিয়াও সোনকাল আছে নে? শীতা, অবিলম্ব; যেনে, পলম হল, সোন- 49 ži, the carly morning, laste, quickness. সোকালে, ক্ৰি. বি. ৰাতি পুৱা বহুত বেলি নৌহওঁতেই; যেনে, কালিলৈ সোনকালে আহিম; শীঘ্ৰে, বেগতে; যেনে, হাটলৈ যা, সোনকালে আহিবি, early, be- times, quickly, soon, সোলা, স. বা. {সং. সুগন্ধ; হিং. সুন্ধ। বুট; বং. সোঁধ, ভাল গন্ধ) তৃণবিশেষ ধোৱা দি সুগন্ধ কৰ ( পানীত খাটে); যেনে, পানী সোন্দাইছে, to rettter sweet-smelling, as water, by im- pregoating it with the smoke of a certain herl). সোন্দা, স, শ, এবিধ সুগন্ধি সে কল, দীঘলীয়া কল, a kinal of plantain. . সো-শোননি, “সোৰ-সোৰণি” চোৱা। শোসোনা, “সোৰু-সোৰা" চোৱা। সোপা, স. শকিছুমান ৰসাল বা কোমল বস্তু; যেনে, বোকা সোপা, লোণ সোপা; মুচৰি যা কেঁাচাই লগ লগোৱা তৃণ আদি; যেনে, খেৰ সোপা; একে লগে থকা কিছুমান বস্তু; যেনে, কাপোৰ সোপা, অলঙ্কাৰ সোপা; তৃণ বা ফটা কানি আদিৰে কৰা ঠিলা; এতেকে কোনো কথা ব্যক্ত নকৰিবলৈ দিয়া তেঁটী; যেনে, সোপা পাই মনে মনে আছে, a mass,

  • lump, a number or quantity,

a lot, a stopper made of soft materials, hushmoney: সোপা টিলা, বি. (অং সোপা, কোমল বস্তুৰ ঠিল + চিলা, লোলা; চিলা সোপাৰ নিচিনা) কামত দৃঢ়ৰূপে নলগ, অনুদোগী; যেনে, সোপা টিলা মানুহে একো কাম সিজাব মোৱাৰে; মুখ টান নোহোৱা, not diligent, remiss. inefficient, not strict or severe. সোপান, স. শ. (স. সোপান-স, সৈতে + উপ, পৰ + অ, গমন; ইয়াৰে সৈতে ওপৰলৈ যোৱা যায়, এতেকে) খট-খটী, stairs. সোপাসোপ, বি. অনেক সোপ কৰা বা হোৱা; যেনে, চুলিবোৰ এপাশোপ 574, clivided into many masses. সোপা সোপে, ক্ৰি. বি. অনেক সোপ কৰি, in many masses, সোপোকা, বি. (আং. সোপা, কোমল বস্তুৰ সমূহ) তূলা এসোপাৰ দৰে কোমল আৰু টেপ মাৰিলে বা আঘাত কৰিলে বহি যোবা, কিন্তু নিছিগা নভগ, yielding to pressure, labhy, spongy. সোপোৰা, বি. (অৎ. সোপা, কোমল বস্তুৰ সমূহ) ক্ষীণ হোৱাত ছাল সোপাশোপ হোৱা, শোটোৰা; যেনে, বুঢ়া মানুহৰ sta cattentay , wrinkleci, shrivel- lock, স. শ. ক্ষীণাই ভিতৰ শুদা হোৱাত কেঁচ খোৱা ছাল; যেনে, “আঁহ লুকাবা, বাহ লুকাব, গালৰ সোপাৰা ককাবা”। a wrinkle. সোপোৰাসোপ, বি. অনেক ঠাইত সো- পোৰা হোৱা, বৰকৈ শোটোৰ পৰা, shrunken and shrivellcu, covered with wrinkles. . সোপসুপীয়া, বি. মোহাবিলে সোপা হোৱা, ভূল এসোপাৰ দৰে কোমল, soft like a mass of cotton, spongy. সোম, স. শ. (সং. সু, শান্তি কৰু, হিম ছুটিয়ায়, এতেকে) চন্দ্ৰ, জোন; (চন্দ্ৰ ভাৰ অধিকাৰ, এতেকে। সপ্তাহৰ জিঙীয় দিন, সোমবাৰ, the moon, Monday. সু, ৰস উলিয়া) ঋষিবিলাকে বস উলি-