পৃষ্ঠা:হেমকোষ.pdf/৯৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সোণাৰি দৰে উজ্জ্বল আৰু মৰম লগা মুখযুক্ত, fony, goldfaced, having at lovely face. (স্ত্ৰী) সোণামুঈ। সোপাৰি, স. শ. ( অং. সোণা, সোণ + সং. অৰি, শত্ৰু, সাপৰ শত্ৰু; সোণ পোৰ আৰু পিটে, এতেকে) স্বৰ্ণকাৰ, সোণৰ কাম কৰোতা, b grollsmith. সোণাৰি গী, বি. সোপাৰিয়ে গঢ়াৰ দৰে শুৱনি, গঢ়িত, দেখনিয়াৰ, leardiful. সোণাৰু, স. শ. (সং. স্বৰ্ণ, সোণৰ গছ। f74 995, a kind of trec. সোপালী, বি. (হি. সোহলা, বং সোণোৱালী, সোপালা, সোণ চৰোৱা) সোণৰ বন কৰা, সোণ পানী চৰোৱা; সোণ খতো, ornamental with gold, gildeł or overlaid with gold. . সোণাৱাল, স. শ. ( হিং. সোপাৱা, সোণ থকা) বালি ধুই সোণ উলিওৱা মানুহ, a gold wasler, অসম ৰজাৰ দিনত এই নামেৰে এখেল মানুহ আছিল, সিহঁতে কোনো কোনো নৈৰ বালি ধুই সোণ উলি- য়াই ৰজাক যোগাইছিল। সোণখতা, বি. সোণৰ খতিৰে শশাভিত সোখতেৱা, কিবা, সোণ লগোৱা, inail with gold. সোণ-তৰা, স. শ. (অ. সোণ, সোণা+ভৰা, আকাশৰ তাৰকা; পকিলে সোণৰ বা- টোৰ দৰে জিলিকি থাকে, এতেকে } atformy , an orange, ( Citrus aurantium. Gamble ).* সোণু পৰুৱা, স. শ. এবিধ সোপৰ দৰে জিলিকা পাখিৰে ঘুৰণীয়া পতঙ্গ, a kind of insect of a gold colour. সোণ পানী, স. শ. গলাই পানীৰ নিচিনা Falcita, melted gold. সোৰু পানী ৰা, গলোৱা সোণ লগা, সোণৰ পানীৰে ভূষিত কৰ, to gild. সোণু বৰিয়াল, স, শ. (সং. ব্ৰাটাল, এবিধ ধোয় ক্ষুদ্ৰ গছ। এবিধ হালধীয়া ফুল ধৰা সৰু দৰবৰ গছ, a kind of plant. সোদ, স. শ. (সং. সমাদৰ-স, সমান। উদৰ, গৰ্ভ} সহোদৰ, একে মাতৃৰ পৰা জন্ম; যেনে, সেদিৰ ভাই, born of the same mothe, স. শ. একে মাতৃৰ পৰা ওপজা ভাই বা ককাই; যেনে, তোমাৰ CAFTA $78, it brother by the same mother. সোধ, স. শ. { হিং. সোধ, অনুসন্ধান; বং সুধান, জিজ্ঞাসা) অনুসন্ধান, বিচাৰ, enquiry, investigation. 7. $yong কৰু, পোছ, জ্ঞািসা কৰ; যেনে, শিক্ষকে ছাতক প্ৰশ্ন সোধে; বিচাৰ বা বিবেচনা ক; যেনে, বিচাৰকে গোৰ সোধে; আলহীক আদৰ ক; যেনে, তেওঁৰ ঘৰলৈ গলো, তেওঁ আমাক সুধিলে, to question, to ask, to inqnire into, to investigate, to recrive with civility, as a visitor. সোধ, কুদ, স. সোধ কাৰ্য, প্ৰশ্ন কৰণ; বিচাৰ কৰণ, the act of asking or investigating. সাপ পেছ, স, শ. (সোধ আৰু পোছ। বিচাব, অনুসন্ধান; অতিথিক কৰা আদৰ; যেনে, আলহীক সোধ পোছ কৰা গৃহস্থৰ কাম, injuiry, investiga:- tion, a cordial reception given to a visitor or guest. সোধ পছন, কৃ. স. সোধ পোছ কৰা কাৰ্য; ঘৰলৈ অহা লোকৰ কুশল আৰু প্ৰয়োজন সুধি সমাদৰ কৰণ, the aet of inquiring or investigating, the act of giving a cordial reception to a guest or visitor. . সোধ, দ, ধ, আনৰ দ্বাৰা প্ৰশ্ন বা বিচাৰ কা; যেনে, গুচৰীয়াই গোচৰ সোধায়, to cause to be asked or inquired into. সোধাৰু, স, শ, সোধ কৰোভা, বিচৰক, an investigator, a Judge. , a :::: ::-- Konripi dialect,