পৃষ্ঠা:হেমকোষ.pdf/৯৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেতু-সোতা সোতা কেৱল অস্থাৱৰ সম্পতি মাপোন খাটে, আৰু ধাৰ কৰাতে তাক ধাৰ দিওঁৰ হাতত সমৰ্পণ কৰা যায়; যেনে খাৰু যেত। ধৈ ধন ধাৰ কৰিছে। সোহু-সেঁতা, অ. বা. পানী লগাৰ কাৰণে উশাহ লওঁতে নাকেৰে সোৰ্সোত শব্দ

  • , to make a xnifling sound with

the nose. , সে-পকীয়া, বি. সো ফাললৈ ঘূৰা, titruing on the right sile. . সে-পা, , শ. (গ, সো, দক্ষিণ ফাল+ পাক, মেৰ সেঁ ফাললৈ দিয়া পাক, a turn to the right. . সে-পাকে, কি: বি. সেঁ ফাললৈ পকাই; যেনে, শে-পাকে ঘূৰা, to the right. sisle (said of turning). সে-ফলীয়, বি. চেঁ ফালৰ, relating tr) the right side. সেঁায়, স. শ. (সং. সমবয়স্, বয়সৰ সমান ভাগ। নাজ বস, আদ বয়স, mile- age. সে-বয়সীয়া, বি. আদ-বয়সীয়া, মাজ বয়সীয়া, mivelle-aged. সে-মাজ, স. শ. (সং. সমমধ্য, সমান মাজ) ঠিক মাজ, সুয়ো ফালৰ পৰা জোখাত মাজ ta uts, the exact centre inilille. সোঁৱৰ, স. . (সং. স্মৰণস্থ, সুম) সুম, পুনৰায় মনলৈ আন্; মনত ৰাথ, to recollect, to remember. সোঁৱৰণ, কদ, স, (সং. সুৰণ, সুমবণ) সুমৰণ, মনত ৰাখন, পুনৰায় মনলৈ আনন, remembrance, recollection. সোঁৱৰণী, স. শ. কোনো কথা পাচত মত পৰিবৰ কাৰণ লিখি থোৱা কাকত; কোনো কথা মনত পেলাবলৈ লিখা চিঠি; কোষ্ঠী,

  • 10, a memorandum, a reminder,

a 'note of birth, a horoscope. ঠোৱৰা, ২. বা. স্মৰণ কৰা, মনত পেল, ter Cause to recollect, to remind. সেৱালু, স, শ.. (অং সম, সমান + আলু, 59 সোণাৱা। শিপা; তাৰ ঘাই শিপা পোনেই তললৈ যায়, এই ভাৱত) এবিধ গছ, & tree (Lxlxofit polyunthe, Watt) the leaves of which in Assam are 4d to feed the mange silkworms (tilhurau (x88011a). সোঁৱাহ, .শ. সিদ্ধান্ত, কোনো বিষয়ৰ বিচাৰ কৰি দিয়া মৌখিক আজ বা মত, a clevision, settlement of disputed point. সোঁৱাহী-পৰুৱা, স, শ, (অৎ, সেৱাহ, সেৱাহী-পোক, শেষ নিষ্পত্তি+ পৰুৱা বা পোক, কীট। এবিধ ৰঙ্গা মূৰ আৰু কলা পাখীৰে পোক, তাৰ গাৰ ৰস মানুহৰ গাত লাগিলে ঢৌ উঠে, আৰু সি ঘিখান বন- নিত পৰে তাক খাই শেষ কৰে; এঙ্গেকে CHERT, the blister fly. সে-শৰীলে, ক্ৰি. বি. (সং, সশৰীৰ-শৰীৰে সৈতে) নিজ গাৰে সৈতে, শৰীৰ নেৰাকৈ; যেনে, অতৈ সে-শৰীৰে স্বৰ্গলৈ গল, with the body, without leaving the mortal frame. সোগোৰা পহু, স. শ. এবিধ “হোঁকোৰ হোকো” শব্দ কৰা সৰু পন্থ, সুগৰী পহু, the hoc drer. সোণ, স, শ, {সং. স্বৰ্ণ, সুবৰ্ণ ) এবিধ বহুমূলীয়া, হালধীয়া ধাতু, সুবৰ্ণ, gold. সো« কমা, বালি ধুই সোণ উলিয়া, to wash for golul. সোৰ্ণ পানী চৰা, সোণ জোল কৰি কোনো বক্তৰ ওপৰত ঘহ, to rila, সোণা, স. শ. সোণ, gold. } , শ, শৰা ৰা ভাৰ্যাক চেনে- সোণাই, হেৰে মত যাত, চেনেহী, a terin of endearruenit. সোণাপুৰ, স. শ. { অং. সোণা, সোণ+পুৰ, নগৰ সকলো বস্তু পোৱা উত্তম ঠাই, a place of abundance and happi- ness, সোণাৱা, বি. অং.. (পোপা, সোণ+মুখ, বদন; সোণৰ নিচিনা মুখ খক) সোথ Or সোবা,