পৃষ্ঠা:হেমকোষ.pdf/৯৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুৰ্য্যৰশ্মি বেলি + মণ্ডল, গোল ) সূৰ্য্যৰ মেৰব। ঘূৰণীয়া ত্যাকাৰ, the only or dise of the BUR. সূৰ্য্যৰশ্মি, স. শ. (সং. সূৰ্য্যৰ~ি~-সূৰ্য, যেলি + ৰশ্মি, কাঙি) সূৰ্যাৰ পোহৰ; সূৰ্যৰ কান্তি, sanshine, a bay of the sun, sunbeam, সূৰ্যাস্ত, স. শ. (সং. সূৰ্যাস্ত। সূৰ্য্য, বেলি+অস্ত, মাৰ গোৱ) বেলি মাৰ যোৱা সময়, গধূলি বেলা, sunset, eventide . সূৰ্যোদয়, স. শ. (সং. সূৰ্যোদয়---সূৰ্য, বেলি + উদয়, 'ওলোৱা অৰুণোদয়, coa carta 9231, sunrise, dawn. লু, বি. (সং. সূক্ষ্ম, ক্ষুদ্ৰ-সূঢ়, সম্বাদ দি) অতি ক্ষুদ্ৰ, নিচেই সৰু, বৰ মিহি, very small, minute, line. সূক্ষ্মত, গু. শ. নিচেই ক্ষুদ্ৰ বা মিহি হোৱা Hey y TY 5), minuteness, tiveness. সূক্ষ্মদৰ্শিতা, গু, শ. (ভললৈ চোৱা) সূক্ষ্ম- দৰ্শন, চোকা দৃষ্টি, কোনো বিষয়ৰ ভিত- ৰলৈ দকৈ সোমাই তাক ভালকৈ বুজিব 947 $4, sharp-sighteduess, penc- tration, acumen. সূক্ষ্মদৰ্শী, বি. (সং. সূক্ষ্মদৰ্শিন-সূক্ষ্ম, মিহি +দৰ্শিন, দেখা) সূক্ষ্ম দৃষ্টি থকা, চোকা দৃষ্টিযুক্ত, বৰ বুদ্ধিমান্, কোনো কথা

    • 0014 pa grea staj, sharp-sighted,

capable of seeing all the bearings of a matter, very intelligent. () সূক্ষ্মদৰ্শিনী। সূক্ষ্মবিচাৰু, স. শ. (সং, সূক্ষ্মব্ৰিচাৰ-সূক্ষ্ম + বিচাৰ, বিবেচনা) কোনো বিষয়ৰ সকলো অংশৰ দকৈ কৰা বিবেচনা, thorough investigation of a matter. সূক্ষ্মবুদ্ধি, স. শ. (সং, সূক্ষ্মবুদ্ধি-সূক্ষ্ম + বুদ্ধি) চোকা বুদ্ধিযুক্ত; যেনে, সূক্ষ্মবুদ্ধি cate, sharp, very intelligent. ক. বি. (সং. সৃষ্ট-সৃজ, নিৰ্মাণ ক) নিৰ্মিত, সজা, কৰা, treated, made. সৃষ্টি, স, শ. { সং. সৃষ্টিজ, ঐ) নিৰ্মাণ, সাজন; জগৎ, creation, the universe. সেই, বি. স. (সং. এত আগত থকা ) আগত থকা, চকুৰে দেখা; : ওপৰত কোৱা; যেনে, সেই মানুহ বা বস্তু, that, সেই দেখি, ক্ৰি. বি. সেই কাৰণে, flacrefore, সেইয়া, বি. স. সেইটো, অগিত থকাটো, that. সউজ, স. শ{ হি”. সবুজ, কলাপতীয়া বৰণ } শ্যামবৰ্ণ, কলাপতীয়া বৰণ, tit grecul colour, সেউজীয়া, বি. শ্যাম, কলাপতীয়, sex, সেউতী, স. শ. (সৎ, সেৱতী, এবিধ ফুল) গোলাপ জাতিৰ এবিধ ফুল; তাৰ গছ; তাৰ দুবিধ বঙ্গা আৰু বগা, a kind of flower and its shrub. সেও, স. শ. (অং. সে, ভাপ দি} জুইৰে বা উপত বস্তুৰে দিয়া তাপ; যেনে, বুঢ়াই কঁকালত সেও লয়, the heat of fire applied 19 anything, fomenta- tion. সেও, বি. (অং. সৈৱ, মূৰ চাপৰাই কৰা সৎকাৰ } নম্ৰ হোৱা, বশ হোৱা, বৰ কথা এৰা; যেনে, সেকা পালেহে দুষ্ট সেও হয়, এঞ্জেকে উভ নোহোহাৱা; বৰ হলনীয়া কোৰ কুঠাদিব নালত খাটে ), humble, sublued, slanting, ax the handle of a hoe, &c. সেওলা, বি. বৰ কতীয়া, বৰ হলনীয়া { যেই সেই বস্তুত খাটে }, very statiting. সেওঁতু, স. শ. {সং, সেচনী, সিচনী) নাৱৰ upy FIGY FOX, a scoop, a vessel for lailing boats, . সেভা, স. শ. {সং, সীমন্ত; ব. সিতি, চুলিৰ ধুনবিশেষ। মেলাই দুভাগ কৰা চুলিৰ মাজৰ ৰেখা, a line made by parting the hair on the head. সেৎসঙ্গীয়া, বি, চেঁচা, উম নথকা; যেনে, কপাহী কাপৰ সেসেঙ্গীয়, not watm, having no warmth. . সে, সখা, { হিং. সেনা; ব, সেঁকন,