পৃষ্ঠা:হেমকোষ.pdf/৯৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুচি। a river or tank, which is per- formed at the house of the bridle- groom when he is about to proceeul to the bride's livuse, and at the latter upon his arrival there, bv the females belonging to the ren- pective parties. সুৱাগুৰি বা সুৱা তো, ওপৰত লেখা। PVÝ ***, to perform the aliye ceremony. সুবাগমণি,স.শ.এবিধ ধান, a kind of pally. সুশিক্ষিত, কদ, বি, ভালৰূপে শিক্ষা পোব, well-taught, clucated. সুশীতল, বি. বৰ চেঁচা; বৰ নিমজ, very kool, very smooth. সুশীল, বি. (সং. সুশীল -৪, উত্তম। শীল, স্বভাৱ ) শান্ত, শিষ্ট, সৎ, নম, of rood temper, divil, inilal. (স্ত্ৰী) সুশীলা। সুশৃঙ্খল, বি. (সং. সুশৃঙ্খল, ভালৰূপে + শৃঙ্খল, শিকলি) ভালকৈ শ্ৰেণী Astfri, placed in proper order. সুশ্ৰী, বি. (সং. সুশ্ৰী--সু, অতিশয়+ স্ত্ৰী, শোভা} বৰ শুৱনি, fine looking. সুসজ্জিতু, কদ, বি. (সং. সুসজ্জিত---সু, উত্তমৰূপে + সজ্জিত, সজোৱা ভালৰূপে সজোৱা, ভূষিত, পৰিপাটি, trim, tidy, well-dresseit. সুসাধ্য, বি. (সং. সুধা—সু, উজুৰূপে +সাধ্য, কৰিব পৰা) অনায়াসে কৰিব 421, easy of performance, practic- able, feasible. সুসাধ্যতা, শু. শ. অনায়াসে কৰিব পৰা , সৌকৰ্য, feasibleness, facility. সুস্থ, বি. (সং সুস্থ-সু, ভালপে+ স্থা, বাকৃ) ভালে থকা, নিৰোগী, healtly. সুতা, গু. শ. ভালে থকা অৱস্থা, বোগৰ yote, health. সুস্থিৰ, বি. (সং. সুস্থিৰ, বৰ+ স্থিৰ, থিৰ) বৰ স্থিৰ, চঞ্চল নোহোৱা, গভী, sta; Farfose, steady, firm, not fickle, settled. সুস্বাদ, স. শ. (সং. সুস্বাদ, উত্তম। স্বাদ, সোৱাদ ) উত্তম স্বাদ, ভাল পোৱাদ, ynoil tasto . সুস্বাদু, বি. বৰ সোৱাদ, বৰ মিঠ, delicious.. সুহুৰি, স. শ. ওঁঠ চেপি ধৰি কৰা সুস্থ শব্দ, a whistliny sound. . সুহুৰিয়া, অ, ধ, ওঠ চেপি ধৰি সুস্থ শব্দ কৰ, to hist... সুহৃদ, বি. {সং, সুদ---সু, সজ +স্বদ, মন, মনৰ মিল থাকে, এতেকে) প্ৰিয় মানুহ, বন্ধু, ইষ্ট, a frienef. ছেদ, স. শ. {সং. সুচ্ছেদ – সুদ, ঐ + ভেদ, ভঙ্গ } প্ৰীতি ভগ, বন্ধুৰ সৈতে হেবা দল, # lisagreement or narrel betalen friends, brosch of friendship . সূচ, স. শ. (সং. সূচক - চু, সম্বাদ দি শগনীয়া মানুহ, টুটকীয়}, a li:k. }it. বি. বোধক, বুজোৱ, জনোৰ, এটা সংজ্ঞ। শব্দৰ 'পচত থাকে; যেনে, fafany957 per indicating, used as the last wether of compound word. . . সূচনা, স. শ. কোনো কথাৰ উত্থাপন, প্ৰস্তাব, উল্লেখ; যেনে, এই কথাৰ সূচনা (71 y, a proposal, mention, allusion, সূচা, স. বা. (সং. সূচ, সাদ দি) টোটক লগ; উল্লেখ ক, উনুকিয়া, ইঙ্গিতেৰে বুজা; যেনে, সি চল পাই এই কথা yoycarto backbite, to allude to, to indicate, to mention. চা মা, টোটক লগা, to backbite. সূচা, বি. (সং. সৎ, নিবোগ) নিৰোগী, গা ভালে থকা; যেনে, সূচা মানুহ, Jaltly. সূচি, স. শ. (সং. সূচি - সিৰ, সি) বেজী; এতেকে { অসমীয়া) জেওৰাৰ পথালি কামী, a needle, a lolig piece of split bamboo horizontally inter- woven into a fence, the rail of a fencc.