পৃষ্ঠা:হেমকোষ.pdf/৯৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুৱাগুৰি-ভোলা নুৰূপ সৰু বিন্ধা বা ফুটা, a think in a wall, a small hole. সুৰূপ, স. শ. (সং. সুৰূপ-সু, উত্তম+ৰূপ, গঢ় ) ভাল গঢ়, সুন্দৰ আকৃতি; যেনে, দেখিয়া কৃষ্ণৰ সুৰূপ, beauty. বি. শুৱনি, ৰূপৱস্ত; যেনে, সুৰূপ পুৰুষ, gemely, beautiful.{স্ত্ৰী) সুৰূপা, সুৰূপিণী। সুৰেন্দ্ৰ, স. শ. (সৎ, সুৰেন্দ্ৰসুৰ, দেৱতা+ ইন্দ্ৰ, অধিপতি) দেৱৰাজ, ইন্দ্ৰ, Indra, the king of licaven. সুৰ্তি, স. শ. (সং. স্মৃতি, স্মৰণ } তত, ধৈৰ্য্য; চেষ্টা, স্থিৰতা; যেনে, ধন দিম, অলপ সুৰ্তি ল; বনৰ মাইৰত মুক্তি পোৱা নাই, patience, rest. সুৰসুৰণি, স, শ, অলপকৈ চুলে বা সুৰণি, বুৰফুৰালে হোৱ অসুখ বোধ; যেনে, কাষলতিৰ তলত হাত দিলে সুৰ- সুৰণি উঠে, a tickling sensation. সুৰসুৰা, অ. বা. সুৰসুৰণি বোধ কৰ; যেনে, মণি পিন্ধোতে লবাৰ ডিঙ্গিয়ে সুৰসুৰায়; লুৰফুৰাই সুৰসুৰণি ভোল; যেনে, সুৰসুৰাই দিলে টোপনী otest, to feel or cause a tickling sensation. সুসুৰীয়া, বি. সুৰসুৰ কৰে চলা, ঠহ সুৰীয়া, নধ, ওজৰ নকৰাকৈ কাম কৰা; যেনে, মাৰ পালে দগ গৰুও সুৰসুৰীয়া হয়, easy of being lel or managed, ready to obey. সুৰসুৰ কৰে, ক্ৰি. বি. ঠহ নধৰাকৈ, সুৰ কৰে, ওজৰ নকৰাকৈ; কতো লাগি নধৰাকৈ যোৱাত খাটে); যেনে, ভাৰি পাই সুৰসুৰ কৰে গল, readily, willingly, smoothly. সুলভূ, বি, সং, সুলভ – সু, সহজে + লড়, পা} অনায়াসে পোৱা, সস্তা, easily proenrable, cheap. (21) 251 সুললি, বি. সুকোমল, মৃৎ; যেনে, সুললিত অঙ্গ; মধুৰ, শুনিবলৈ মিষ্ট; যেনে, সুললিত স্বৰ, delicate, tondes, pleasing to the ear. সুলক্ষণ, স. শ. (স, সুলক্ষণ—সু, ভাল+ লক্ষণ, চিন) গাত থকা সুখ সম্পদৰ স্বাভাৱিক চিন; ভাল বা কুশল হবৰ আগন্তুক বুজোৱা ঘটনা বা চিন, a natural mark in the body indicat- ing happiness, a good omen. সুলক্ষণী, বি. গাত সুখ সম্পদৰ স্বাভাৱিক লক্ষণ থকা (স্ত্ৰী), bearing a natural mark indicating happiness (Fem.). সুলক্ষণীয়, বি. শুভ বুজোৱা; সুখ সম্পদৰ লক্ষণযুক্ত, foreboling good, bear- ing a natura! mark indicating huppiness. সুলী, “সোলা” চোৱা। সুলোচনা, বি. (সং. সুলোচনা-সু, উত্তম + লোচন, চকু শুৱনি চকুযুক্ত; এতেকে সুন্দৰী, fine-eyed, beautiful (Fem.). সুমুলীয়া, বি. জুলীয়া, লেউ-লেৱা, of the consistency of thin mud. সুৱগা, স. শ. (সং. সুভগ; হিং. বং. সোহাগা, এবিধ উপধাতু। এবিধ আকৰত পোৱা বগা খাৰৰ গুণ থকা বস্তু, তাৰ দ্বাৰা ধাতু জনা যায়, iborax. সুৱদি, বি, অলপ সোৱাদ লগা,ঈষৎ সোৱাদ গুণযুক্ত, sweetish. সুৱাগী, বি. (অং. সুভাগী, ভাগ্যৱতী) লাগী, স্বামীৰ আদৰ পোৱা, beloved or favorite ( said of a wife ). 7. *. লাগী তিৰোতা, স্বামীৰ চেনেহৰ ভাৰ্যা, a beloved or favorite wife. সুৱা চত্ত্ব, সৌভাগ্যৰ বৃদ্ধি হ, স্বামীত খাটনি বাঢ়, স্বামীৰ চেনেহ অধিক হ; যেনে, বুঢ়ী হবৰ যহত অইচু দেওৰ সুৰাগ of 25179, to be more beloved, as a wife. . সুৱাৰি-ভোলা, স. শ. {সং সুভাগ্য, সুৱগ-তোলা, কুশল + ভোলা, তুলি অনা) কন্যাৰ ঘৰলৈ যাবৰ সময়ত দৰাৰ আৰু দৰাই কাৰ পদূলি পালে কন্যাৰ ঘৰত পানী তুলি কৰা মঙ্গলাচৰণ, ৪ ceremony of drawing water from