পৃষ্ঠা:হেমকোষ.pdf/৯৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯২১ of Lalcshmana and Salrughana. (Dows). সুমেৰু, স, শ. মেৰু পৰ্ব্বত; পৃথিৱীৰ উত্তৰ ফালৰ মূৰ, the mountain fers, the North pole, “কুমেক" চোৱা। সুমথিৰা, স. শ. (অং. সোণৰা; সোপৰ ভৰা- টোৰ দৰে জিলিকি থাকে, এতেকে) পকিলে বৰ ৰঙ্গা,আৰু মিঠা হোৱা এবিধ মূৰণীয়া curt, an orange, Citrus aurantiumu. (Gamble). সুশ, স. শ. উত্তম যশ, খ্যাতি, সুনাম, fame, renown. সুযোগ, স, শ, (সং. সুযোগ-সু, ভাল + যোগ, মিলন} কোনো কাৰ্য্যৰ উপযুক্ত ঠাই বা সময়, সুচল; যেনে, সুযোগ পালে কম, oy]hortunity. সু, স. শ. (সং. সুৰ-সুবু, দীপ্তি কৰ) úr; Charl, the sun, a gol. সুৰ, স, ধ. হোৱা মাটি বা পানীৰ পৰা ( বন আদি) দূৰ কৰ; যেনে, পানীৰ any face, to clear away, as risk, &c., from water or tillel ground. সুৰপতি, স. শ. (সং. সুৰপতি—সুৰ, দেৱতা + পন্তি, গৰাকী) দেৱতাৰ ৰজা ইন্দ্ৰ, Indra, the king of the gods. সুৰপুৰি, স. শ. {সং- সুৰপুৰি-সুৰ, দেৱতা + পুৰি, নগৰ) ইন্দ্ৰৰ নগৰ, অমৰাৱতী, the capital of Indra স, শ, (সং. সুৰঙি—সু, উত্তম- সুৰী, ৰূপে + ভূ,আৰম্ভ ক) কামধেনু, a fabulous cow granting anything asked for. সুৰলোকৃ, স. শ. (সং. সুৰলোক—সুৰ, দেৱতা+লোক স্থান দেৱলোক, স্বৰ্গ, the region of the gods, heaven. সুৰ, বি. (সং. সুস-সু, উছম + ৰস, আস্বাদ) খ্ৰিষ্ট, মিঠা, সোৱাদ, সন্তোষ ACT, Bwcet, pleasant. সুৰকিন্তু, কদ, বি. (সৎ, সুৰক্ষিত, আলকৈ + ৰক্ষিত, ৰখা ভালকৈ ৰখা বা থোৱা, উত্তমৰূপে ৰক্ষা কৰা, well protected or preservel. সুৰা, স. শ. (সং. সু-সুৰ, দীপ্তি কৰ} মদ্য, ফটিকা, মদ, atty spiritious liquor, wine. সুনা, স, শ, (সং. সুৰাঙ্গনা-সুৰ, দেৰ + অঙ্গনা, তিৰোতা) অপেম্বা, a nymph . সুৰাচাৰ্য, স. শ. (সং. সুৰাচাৰ্য—সুৰ, দেৱতা + আচাৰ্য, গুৰু দেৱতাবিলাকৰ গুৰু বা শিক্ষক, বৃহস্পতি,ktvyoti, the preceptor of the gods, সুৰাপান্, স. শ. (স, সুৰাপান-সুৰা, মদ - পান, পিয়ন) মদ খোৱা কাৰ্য্য, the act of drinking spiriteous liquors, সুবাণায়ী, বি. (সং. সুৰাপায়িন-সুৰা, মদ + পাৰি, পিয়া) মদ, মদাহী, addicted to spiritumus liuors, (Ft) সুৰাপায়িনী। সুৰাৰি, স. শ. (সং. সুৰি--সুব, দেৱ+ অৰি, শক) অসুৰ, দৈত্য; ৰাক্ষস, a demin. সুৰালয়, স. শ. (স. সুৰালয়---সুৰ, দেবতা +আলয়, ঘৰ) দেৱতা থকা ঠাই, স্বৰ্গ, the abode of the gods, heavui. সুৰাসুৰ, স. শ. আৰু অসুৰ, দেৱতা to 6961, gods and demons. সুৰুকীয়া, বি. (অং. সৰক্‌, মাজে দি সোমা) যেন তেমকৈ সৰকি যাব পৰা, বহল নো- হোৱা, নিচেই ঠেক { বাটত খাটে ), narrow, as a passage. সুৰুক্‌ কৰে, ক্ৰি. বি. গম নোপপাৱাকৈ, মনে মনে, সুত কৰে (যোৰাভ খাটে, quietly, anobservedly. . সুৰুকা মৰ, সুৰুক কৰে গুচি যা, to steal. away, to sneak away, সুৰুঙ্গা, স. শ. {সং, সুৰুঙ্গা, চুৰ কৰিবলৈ বাৰৰ তলে বা বাৰত দিয়া বিন্ধা--সু, ভালকৈ + ৰ, বৰণ লগা; তাৰ মাজে পোহৰ সোমায়, এতেকে) বা লা;