পৃষ্ঠা:হেমকোষ.pdf/৯৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুমিত্ৰা। সুদীৰ্ঘ fine day, an auspicious day, pros- perity সুদীৰ্ষ, বি. বৰ দীঘল, very long. সুদৃঢ়, বি. বৰ ডাঠ, শকত, অভেদ্য, solid, firm, impenetrable. সুধৰ্ম্মা, শ{, সু, সুধৰ্ম্মা সঙ্গ, } উত্তম+ধ, বিচাৰ ইন্দ্ৰ সভা, দেৱতাবিলাকৰ সমাজ, the council of the gods. সুধা, স, শ, {সং, সুধা-সু, উত্তম + ধে, পান কৰ; উত্তম পন) অমৃত, hectal. “অমৃত" চোৱা। সুধাক, স. শ. ( সৎ, সুধাকৰ—সুধা, ঐ+ আকৰ, উৎপত্তি স্থান; চন্দ্ৰৰ ৰশ্মি বৰ মূহু বা মিষ্ট, এতেকে চন্দ্ৰ, the moon. সুধা-নিধি, স. শ. (সং. সুধানিধি—সুধা, ঐ+ নিধি, ভড়াল) চন্দ্ৰ, the loon. সুধাময়, বি. (সং. সুধাময়-সুধা, ঐ + ময়, স্বৰূপ) অমৃতম্বৰূপ, অমৃতৰ নিচিনা, 77 catata, nectar-like, very sweet or pleasing, সুধীৰ, বি. বৰ শান্ত, সুস্থিৰ, লোৱালপা Catceral, steady, conl and collected, not fickle. সুনিশ্চিত, কদ, বি, ভালৰূপে নিশ্চয় কৰা, well ascertained. সুনীতি, স. শ. উত্তম নীতি, সজ আচৰণ, good conduct. সুন্দৰ, বি. (সং, সুন্দৰ-~-সু, উত্তমকৈ+ , আদৰ কৰ) উত্তম, ভদ্ৰ, ভাল, শুৱনি, শশভাযুক্ত, good, beautiful, hamd- } সুপ্ত, কদ, বি. (স, সুপ্ত-প, শো} নিদ্ৰিত, শোৱা; শান্ত হৈ থক, sleeping, dorinant. সুবৰ্ণ, স. শ. (সং. সুৱৰ্ণ-সু, উত্তম +ৱৰ্ণ, বৰণ ভাল বৰণ; সোণ, a good or bright colour, gold. সুবৰ্ণময়, বি. (সং. সুৱৰ্ণময়—সুৱৰ্ণ, সোণ +ময়, নিৰ্শিত, নিচিনা) সোণেৰে গঢ়া; সোণৰ নিচিনা; যেনে, সুবৰ্ণময় পাত্ৰ, made of gold, like gold. সুবুদ্ধি, স. শ. (সং. সুবুদ্ধি—সু, ভাল + বুৰ্কি, বুজা শক্তি) উত্তম বুদ্ধি, ভাল বোধ শক্তি; সজ আলচ, a rool in- tallect, useful advice. বি. ভাল বুদ্ধি- যুক্ত, জনা বুজা, intelligent. সুভগা, বি. (সৎ, সু, উত্তম + ভগ, সুভাগিনী, ভাগ্য) লাগী, স্বামীৰ আদৰ সুভাগী, (471, belovcil or favo- rite, as a wife. সুমঙ্গল, স, শ, বৰ মঙ্গল, বৰ গল গ্য, good luck. বি. শুভ, কল্যাণ জন্মাৱা; যেনে, সুমঙ্গল দিন, lucky, auspicious. সুমঙ্গলীয়া, বি. শুভ, মঙ্গল কৰা, lucky, auspicious. সুমতি, স, শ, ভাল মতি, সুবুদ্ধি; সুস্বভাৱ; যেনে, মানুহৰ সুমতি হলে শুভ হয়, good disposition or intention. সুমধুৰ, বি, অতিশয় মধুৰ, বৰ সোৱাদ, very sweet or pleasing, সুম, স. বা, (সং. স্মৰণ, মনত পৰা কাৰ্য) স্মৰণ কৰ, সেঁৱৰ, to recollect সুমৰণু, কদ, স, স্মৰণ কৰা কাৰ্য, সেঁৱৰণ, the act of recollecting. সুমা, স, ধ. (অৎ, সোমা, প্ৰবেশ কৰ) ভিতৰলৈ নি, ভিতৰলৈ ঠেল, take in, to introduce, to thrust into. সুমুৱা, স. , আনৰ দ্বাৰা প্ৰবেশ কৰা, ভিতৰলৈ নিয়া বা ঠেলা, to cause to be taken in, introduced, thrust. সুমিত্ৰা, স. শ. শৰধৰ ভাৰ্য্যা লক্ষ্মণৰ মাক, wife of Dosharatha and mother some. সুন্দৰী, বি. (সুন্দৰ শব্দৰ স্ত্ৰীলিঙ্গ) শুৱনী, ৰূপৱৰ্তী, দেখিবলৈ ভাল, beantifni (Fem.). স. শ. শুৱনী তিৰোতা, a beautiful woman. সুপথ, সশ, উত্তম পথ, ভাল বাট; সজ আচ- 79, a good road, virtuous conduct. সুপি, স. শ. (“সোপা” চোৱা) অলপয়া বা ল বস্তুৰ সমুহ, diminativd of 67041, a small mars.