পৃষ্ঠা:হেমকোষ.pdf/৯৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুগৰী। of mon- সুগৰী, স, শ. (অৎ, সু, ভাল + সুগৰী পন্থ, { গঢ়, আকৃতি) অলপ ৰঙ্গ- চীয়া বৰণেৰে দেখিবলৈ শুৱনি এবিধ সৰুপহু, the barking deer. সুগুণু, স, শ, ভাল গুণ, সৎ স্বভাব; উপকাৰ, good quality, benefit. সুখীৱ, স. শ. কিষ্কিন্ধ্যাৰ বান্দৰৰ ৰজা বাপীৰ ভাইয়েক আৰু ৰামৰ বন্ধু, a monkey king who with his alviser Hanuman and their afriny keys, were the allies vf Rama in his war against hirana. (Dowson). সু, স. শ, {সং. সুঘ্ৰাণ--সু, উত্তম। ঘ্ৰাণ, গন্ধ) ভাল গন্ধ, t rood smell. সুঙ্গ, দ, ধ, (অং. সু, গন্ধ ল ) আনক বা আনৰ দ্বাৰা গন্ধ লোৱা; যেনে, মাকে লৰাক ফুল সুঙ্গাইছে, to cause to smell. সুচঁৰিত্ৰ, স. শ. উত্তম আচৰণ, সংসভাৱ, good conduct or claracter. ff. et আচৰণ কৰা, সৎভাৱযুক্ত, well le- haved, . সুচল, স. শ. ভাল জুতি, সুযোগ, কোনো কাৰ্য্যৰ উপযুক্ত সময় বা ঠাই; যেনে, শত্ৰুৱে সুচল পালেই হিংসে, এon- venienee, case, advantage, oppor- tuity. বি. সুগম, উজু; যেনে, বাওঁ হাতে লেখা সুচল নহয়, easy, 0]]- venient. সুচাৰু, বি. (সং. সু, উত্তম + চাৰু, সুন্দৰ) বৰ সুন্দৰ বা শুৱনি, শ্ৰেষ্ঠ, very beauti- ful, excellent. সুজন, স. শ. (সং. সুজন-সু, উত্তম। জন, মানুহ) সজ লোক, ধাৰ্মিক মানুহ, & virtuous porson, সু, বি. (অং. সু, ভালৰূপে + জনা, জ্ঞানী) জনা, চতুৰ, বুধিয়ক, elever. সু, স. শ. (সং সুস্থ, বেদনা-হিত) বেদনা বা খজুৱতি কমোৱা বস্তুৰ পৰা হোৱা সুখ; যনে, বিষত সেক দিলে সুত লাগে, the pleasing sensation produced by the application ০ something that alleviates pain or itching. সুত্, স. শ. (সং. সুত--সূ, প্ৰসৱ কৰ পু, a son. (স্ত্ৰী) সুত! সু, স. শ. {সং. কুসীদ; হিং. বং, সুদ, ধনৰ বাঢ়ি ধাৰে দিয়া ধনৰ বাঢ়ি, interest on a loan. সুতনি, স. শ. (অৎ, শুভ, বেদনা গুচাত হোৱা সুখ) আপদৰ সময়ত দিয়া আশ্বাস বা নিৰ্ভয়, সান্ত্বনা, এonsoliation, e- curagement. সুৰাং, ক্ৰি. বি. (সং, সুতং - সু, উত্তম +ত, প্ৰত্যয়) অনায়াসে, অৱশ্যে, of course. সুতল, স. শ. {সং. সুতল---সু, উত্তম। তল, খলপ) পৃথিৱীৰ তলৰ ষষ্ঠ খলপা, the sixth division of the lower region. সুলি, স. শ. (সুত, মুখেৰে কৰা শব্দ) শৰাই মুখেৰে বজোৱা এবিধ মাটিৰ বাদ্য, a whistle made of clay. . সুতুলি পিঠা, স. শ. সুতুলিৰ গঢ়েৰে কৰা afar fordy, a kind of sweetment resembling the above in shape. সুকৰে, ক্ৰি. বি. গম নোপোৱাকৈ, মনে মনে ( মোৱাত খাটে), without being observed. সুথি, বি. (সং. সুস্থিৰ, শান্ত) শান্ত, বিভ্ৰাট নথকা, স্থিৰ ভাৱে থকা (দেশ বা কালত খাটে); যেনে, মৰাপৰ ৰণ ভাগিলত দেশ সুথিল হল, সুখিল কালত, quiet, tranquil ( time or country ). স, শ, বিভ্ৰাট নথকা কাল; যেনে, সুধিলত সকলে সুখে থাকে, peaceful time. সুদৰ্শন, স. শ. {সং. সুদৰ্শন-সু, সুৰ + দৰ্শন, দৃষ্টি) বিষ্ণুৰ চক্ৰ, the discus of Vishnu, favor, beautiful. সুদিন, স. শভাল দিন, বাহ বৰষুণ নথকা দিন; শুভ দিন, সৌভাগ্যৰ সময়, ৪