পৃষ্ঠা:হেমকোষ.pdf/৯৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

easy, not --- সুকল। ৯১৮ সুগৰি। সুকল, বি. (সং. সুক, উজু) উজু, অনা- সুখ-সাধ্য, বি. (সং. সুখসাধ্য-সুখ, দুখৰ সে কৰিব পৰা, সহজ; যেনে, পৰ্ব্বত অভাব+ সাধ্য, কৰিব পৰা দুখ নোহো- বগোৱা সুঝলম নহয়, ৱাকৈ বা অনায়াসে কৰিব পৰা, easy difficult. . of accomplishment. সুকলমে, ক্ৰি. বি. অনায়াসে; যেনে, এই সুখাভিলাষী, বি. (সং. সুখাভিলাষি। কাম সুকলমে কৰিব নোৱাৰি; নিৰ্বিঘ্নে, সুখ, ঐ+অভিলাষি, বাঞ্ছা কৰা সুখ আপদ বিপদ নোহোৱাকৈ; যেনে,সুকলমে বিচৰা, সুখৰ বাঞ্ছা কৰা, সুখাৰ্থী, seeking

  • 47271 st, with ease, without happiness. (স্ত্ৰী) সুখাভিলাষিণী।

obstruction or difficulty, safety. সুখাৰ্থী, বি. (সৎ, সুখাৰ্থি-সুখ, ঐ+ সুকাঠী, বি. (সং. সুকাঠ, ভাল কাঠ অৰ্থি, বিচৰা সুখ বিচৰা সুখাভিলাষী, ভাল কাঠ হোৱা, সাকৰা (গছত খাটে); stelking happiness. (স্ত্ৰী) সুখাৰ্থিনী। যেনে, সুকাঠী গছ; টান, অকাঠী নন- সুখী, বি. (সং. সুখি-সুখ + ইন) সুখ- হোৰ (কাঠত খাটে); যেনে, সুকাঠী যুক্ত, সুখীয়া, দুখত নপৰা; আনন্দিত, th, hard, sound, good ( said of pe (Atay, happy, prosperous, de timber). liglitel, glad. (#1) fait সুকীয়া, বি. (সং. স্বকীয়, আপোনা ) সুখীয়া, বি. সুখযুক্ত, সুখভোগ কৰি থকা, লোৰ সম্পৰ্ক নথকা, তাকল এজনৰ, at catcatay, happy, prosperous. নিজা; যেনে, মোৰ ঘৰ সুকীয়া, one's সুখে, ক্ৰি. বি. সুখেৰে, সুখত; যেনে, সুখে own, belonging to one's self alone. 4, in happiness. সুকীয়াকৈ, ক্ৰি. বি. বেলেগে, separately. সুখোদ, স. শ. (সং. সুখোদয়—সমুখ, ঐ সুকুমাৰ, বি. (সং. সুকুমাৰ-সু, অতিশয় + উদয়, উৎপত্তি। সুখৰ উৎপত্তি, +কুমাৰ, বৰা) নিচেই অলপ বয়সীয়া; acquisition of happiness. এতেকে বৰ কোমল, youthful, of tender সুখ্যাতি, স. শ. (সং. সুখ্যাতি-সু, উত্তম age, delicate. (স্ত্ৰী) সুকুমাৰী। +খ্যাতি, যশসা) সুযশ, সুনাম, যশস্যা; সুকুমাতি, বি. (সং. সুকুমাৰমতি - fame, renown. সুকুমাৰ, কোমল + মতি, বুদ্ধি ) বুদ্ধি সুগন্ধ, স. শ. (সং. সুগন্ধ-সু, উত্তম+ দৃঢ় নোহোৱা, কোমল মনযুক্ত; যেনে, গন্ধ, ঘ্ৰাণ) উত্তম গন্ধ, সুঘ্ৰাণ, sweet সুকুমাৰমতি বালক, tender-minded. smell, fragrance. f. stop sertat, সুকোম, বি. (সং. সুকোমল--সু, অতিশয় উত্তম গন্ধযুক্ত; যেনে, সুগন্ধ ফুল, +কোমল, ঢিল নিচেই কোমল, মূহু, fragrant. foT, tender, soft. সুগন্ধি, বি. (সং, সুগন্ধি - সুগন্ধ+ই) সুখ, স, শ, (সং, সুখ-~-সুখ, আনন্দিত ভাল গোন্ধোৱা, sweet smelling. কৰ) আনন্দ; সম্পদ, দুখ লোহোৱা সুগ, বি. (সং সুগম-সু, উত্তম+গম, অৱস্থ, happiness, pleasure. গতি ক) কষ্ট নোহোৱাকৈ গতি কৰিবৰ সুখক, বি. (সং. সুখকৰ—সুখ, ঐ +কৰ, যোগ্য; সুখেৰে যাব পৰা (বাট খাটে); ক) সুখ লোৱা, সুখ দিয়া, con- যেনে,সুগম বাট; এতেকেঢিলা, উজু,সুক, ferring happiness. (স্ত্ৰী) সুখকৰী। easily passable, casy, practicable. সুখদায়ক, বি. (সং, সুখদায়ক-সুখ, ঐ+ সুগৰি, বি. ( হিং. সুগড়, সুন্দৰ) ভালৰূপে দায়ক, দিয়া সুখ দিয়া, সুখকৰ, con- কৰা, দোষ নথকা, নিৰ্দোষ (কামত ferring happiness, (স্ত্ৰী) সুখদায়িক খাটে); যেনে, এই কাম সুপৰি নহল, বালুখাৰিনী। faultless ( said of work).