পৃষ্ঠা:হেমকোষ.pdf/৯৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুকৰ,। সিটা। fatal, ridged, having long, promi- nent lines (used as the last member of a compound Ford ). “সিফুটা, বি. কেলেহুৱা বা চপনীয় নো- হো, নিজ স্বতেৰে স্বাধীন ভাৱে ঘৰত বা মাটিত বাস কৰা, ccupying at house or land not as a dependent on others, but of one's own right. সি সি, অনুক, সিৰৰ মাজে দি বেদনা সোমাই যোৱা যেন বোধ হোৱা বুজাবলৈ ব্যৱহাৰ কৰা মাত, an imitative sound used to express a tingling sensa- tion. সিসিৰণি, স. শ. সিসিৰোৰা বেদনা, সিৰ্দিৰণি, গাৰ সিৰবিলাক জোকাৰ খোৱাৰ নিচিনা বোধ হোৱ পীড়া,athrill- ing pain, a tingling sensation, সিসি, অধা, সিবিলাক জোকাৰ সিৰ্দি, খোৱাৰ নিচিনা বেদনা পা; যেনে, হুৰ বিষত গাই সিসিৰাইছে; অকস্মাৎ বৰ খং উঠাত গাৰ নোম শিয় আৰু যিবিলাকে জোকাৰ খোৱা যেন 6974 , to tingle, to be thrilled 3197** P*to, a trespasser upon one's boundary. সীমা-মূৰিয়লি, বি. সীমাৰ মূৰত থকা, সীমাৰ ওচৰৰ; যেনে, সীমামূবিয়লি মাটি, al- joining to a buuslary line. , সীলু, স. শ. (সং. সীৰ, নাঙ্গল) হাল বোৱাত নাঙ্গলে কৰা লোৰ, a funrow, সীৰা, বি. সীলু থকা, হল বোৱাৰ পাচত মৈৰে সমান নকৰা, farrowed. সীমিঃনি, স. শ. (সং. সীকাৰ, শ্ৰাব মুখেৰে কৰা সীসী শব্দ } জাৰত কঁপি মুখেৰে কৰা সীসী শব্দ; অলপ উতল ধৰা পানী আদিৰ শব্দ, the net shivering with ld. সীসীয়া, অ, বা. জাৰত কঁণি মুখেৰে সীসী শব্দ কৰ, উতল ধৰা পানীৰ দৰে শব্দ 77, to live with colil. সী, স. শ. (সং. সীস, এবিধ ধাতু) হিলৈৰ গুলী কৰা ধাতু, lead. সু, উপস. উত্তম, উজু, অতিশয়, শুভ ইত্যাদি, it prelis signifying good- ness, excellence, or intensity. সু, স. দা. {সং. সুগন্ধ; ভাল গন্ধ মানুহে লয়, এতেকে হি. সুনা, গন্ধু ল। আঘ্ৰাণ কৰ, গন্ধ ল, to smell. ! সুই, স, শ, গিলেতে নিশ্বাস নেলীত খোৰ বা বস্তু সোমাই জন্মোৱা অসুখ; busafa, an uneasy sensation pro- duced by food or drink getting into the windpipe iu swallowing: সুতি, স. শ. (সং. স্ৰোত, ধাৰ থকা পানী) সৰু সোঁত, নৈৰ সৰু শাখ, an arm or cliannel of a river, সুকঠিন্, বি. (সং. সুকঠিন-সু, অতিশয় + কঠিন, টান) অতিশয়ৰূপে টান, উজু Chri, very difficult. সুপৰ্শীয়া, বি. (সং সুকপাল, ভাল ভাগ্য ভাগ্যৱন্তু, কপালী, fortunate. সুকব, বি. (সং. সুৰ-সু, অনায়াসে। ক, ক) অনায়াসে কৰিব পৰা, উজু, front, easy, practicable. with anger. সিলিখা, “শিলিখা” চোৱা। সিলুটি, স. শ. (অং. সি, সেই+ লুটি, ফাল সিফাল; সি পিঠি; সেনে, পাতৰ সি- বুটি, the other side. সীতা, স. শ. জনক ৰজাৰ জীয়েক, ৰামৰ TÝ, Sita the wife of Rama. সীতা তেল, স. শ. নাগ মাটি থকা ঠাইত পোৱা এবিধ দুৰ্গন্ধ তেল (ৰামৰ ভাৰ্য্যা সীতাৰ বিয়াৰ তেলৰ অৱশেষ বুলি সেই ata fra 1975), petroleum. সীমা, স. শ. (সং. সীম–সিঞ, আবদ্ধ কৰ} দুঙৰা মাটিৰ মাজৰ চিন; হদ; অস্ত, শেষ; যেনে, আমাৰ বুদ্ধিৰ সীমা, a boundary line, a limit. সীমাবৈৰী, স. শ. {সং. সীমাৱৈৰী--সীমা, হদ+বৈৰী, শ} সীমা ঠেলাৰ নিমিত্তে হোৱা শক্ত, কোনো লোকৰ সীমা ঠেলি