পৃষ্ঠা:হেমকোষ.pdf/৯৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সিপৰীয়া। শিৰীয়া। জাতিৰ এবিধ সাগৰৰ জন্তু, a sea-house Or' walrns, সিপৰীয়া, বি. ( অং. সি, সেই + পাৰ, নদীৰ গ) সি পাৰত থকা, নৈৰ আন পাৰৰ, appertaiving to or residing on the opposite bank of a river. সিপাৰে, ক্ৰি. বি. নৈৰ আন পাৰত, ১h the opposite bank of a river. সিফালে, ক্ৰি. বি. (অং. সি, সেই+ ফাল, পাৰ্থ } সি পঁতিত, আন কালে, all the uther side. সিবাই, ক্ৰি. বি. ( অ৭. সি, সেই+ বাই, বাৰ) সিবাৰ, আকৌ এবাৰ, onee pore, again. “সিবাইৰ আগত “ইবাই” থাকে, “ইবাই চোৱা। সিবৈচা, ক্ৰি. বি. (অ. সি, সেই+ বাৰ, সময়) সিবান্ত, ইয়াৰ আগ বাত, on the previous occasion. সিজিডি, ক্ৰি.বি.সিফালে, to tlie other sile. সিমা, বি. সৰ্ব. (অব. সি, সেই +মান, পৰিমাণ } সেই পৰিমাণৰ; যেনে, সিমান ধন, so much, so maly. ক্ৰি. বি. সেই পৰিমাণে, সেই জোখেৰে; যেনে, সিমান ভাল নহয়, sq much. সিসিমীয়া, বি. (অৎ. হিম, নিয়ৰ } হিমৰ দৰে অলপ অলপকৈ পৰা (বৰষুণত খাটে), drizzling সিসিম্ কৰে, ক্ৰি. বি. হিম পৰাৰ দৰে, drizzlingly, in small drops. সিয়, ক. স. { অং. সি, বেজী মাৰ) সিয়া বা বেঙ্গীৰে বটিয়া সুমোৱা কাৰ্য, the act of sewing , সিয়নি,স. শ. বেজীৰে বটিয়া সুমাই কাপোত fixycotti, a seam. সিয়া, স, ধা. লোকৰ দ্বাৰা বেৰ্জীৰ কাম কৰা, to cause to be sewed. শিয়া, বি, (হি. সিয়ান; বৎ. শেয়ানা, ধূৰ্ত ধূৰ্ত, টেম্বৰ, cunning, sharp. সিয়েই, ব্য. স. (অং, সি+ এই ) সেই মানুহেই বা বাৱেই, that very man " or thing. সি, স, শ. (সং. সিৰা, তেজ চলা নাড়ী) গাৰ তেজ চলা বা মঙ্গহবিক আটকি ৰখা জৰীৰ নিচিনা বস্তুবিশেষ; সিৰৰ নিচিনা দীঘলীয়া উঠঙ্গা; যেনে, কৰ্দৈৰ fra, a sinew, a vein, a tendon, an artery, a rib or prominent line. সিৰা, স, শ. অণ্ডকোষৰ সিৰ উখহা বেদনা, a painful swelling of the scrotum. সিৰামুৰি, স. শ. দুৰ্বলভাৰ নিমিত্তে হাতৰ বা ভৰিৰ আঙুলিৰ সিৰ কেঁচ খোৱা Canal, a spasmodie contraction of the muscles of the fingers or toes, a cramp of the tingers or toes. সমা.ফন্দিয়া, সিৰামুৰি, আগৰটো বৰ প্ৰবল, সি বৰকৈ ভৰি বা হাত টানি কোচ খুৱায়; যেনে, জহীত পৰা মানুহক ফন্দিয়াই ধৰে; পাচৰটো সাধাৰণ দুৰ্বল। তাৰ পৰা হয়, আৰু তাৰ দ্বাৰা আঙ্গুলি মাথোন কোচ খায়। সিৰি, স শ. অকস্মাৎ গাৰ সিৰৰ মাজে দি জাৰ সোমোৱা যেন বোধ, a sidden thrilling or tingling sensation like that of chilliness, সিৰিকাই, ক্ৰি. বি. অকস্মাৎ গাৰ সিৰিক্‌ কৰে, সিৰৰ মাজে দি জাৰ সোমোৱা যেন বোধ উন্মাই; যেনে, গাটো সিৰিকাই উঠিল, suddenly atts- ing a thrilling or tingling sensation like that of chilliness. সিৰিকিয়া, অ. ধা পেট পকোৱাত মুখে Syyat tarat, to discharge saliva, owing to an uneasy sensation in the bowels. সিপি, অমুক, সৰু আছাৰিৰ কোবৰ নিচিনা মাত, an imitative sound used to express that made by a whip, &c., in striking. সিৰিপনী, স, শ. চেকনী, সৰু এছাৰি, a switch. সিৰীয়া, বি. সিৰযুক্ত, এটা শব্দৰ পাচত যোয়িত হয়; যেনে, কলৈসিৰীয়া, চাৰি-