পৃষ্ঠা:হেমকোষ.pdf/৯৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

! seven. সাতামপুৰুষীয়া ৯০৮ সাতামপুৰুষীয়া, বি. (সং. সপ্তম, সাত+ সাতৃস, সংখ্যা, (সংসপ্তপ্ততি; বং পুৰুষ, বংশৰ খলপা) সাত জন উপৰি সাতাত্তৰ) তিনি কুৰি সতৰ, seventy- পুৰুষৰ দিনৰ, এতেকে বহু পুৰুষৰ অধীনে থকা; বা বই পুৰুষে ভোগ কৰা; যেনে, সাতু-সৰী, স. শ. (বং সাতাড়ী, সাহু মেৰীয়া সাতামপুৰুষীয়া বন্দী, of severa gele- হাৰ) ডিঙ্গিত ওসমাই পিন্ধা হীৰা মুকুতা rations above, ancestral. আদিৰ সাত মেৰীয়া মণি, & necklace সাভাৰ, সংখ্যা, (সং. সপ্তপঞ্চাশৎ; বং of seven strings. সাতান্ন ) সাত অধিক পঞ্চাশ, দুকুৰি সতৰ, সাদৰ, বি. (সং. সাদৰ-~স, সৈতে + আদৰ, fifty-seven. সন্মান) আদৰযুক্ত, সম্মান বা স্নেহযুক্ত, সাতাশী, সংখ্যা (সং. সপ্তাশীতি; বং মৰমিয়াল, respectful, affectionate. সাতাশ। সাত অধিক আশী, চাৰি কুৰি সাদ, স. শ. (সং, আদৰ, সম্মান) আদৰ, সাত, eighty-seven. চেনেহ, মম, বেথা, love, affection. সাতে-পাঁচে, ক্ৰি. বি. সাত পাচ ভাবি, সধা, চেনেহ কৰ, মৰম কৰ, আদৰ কৰ, সতে-সৰে, আগ গুৰি গুণি চাই, এই- to treat with tenderness or affec- বিলাক কাৰণৰ নিমিত্তে; যেনে, সাতে tion. পাচে আপোনাৰ গুৰি চাপিছে, inclur সাদৰী, বি, সাদৰ কৰা, মৰমিয়াল; যেনে, these circumstances, for this reason. ঘৈণী জনা বৰ সাদৰী; মৰম পোৰা, সাতৃচল্লিশ-চ), সংখ্যা (সং. সপ্তচাৰিংশৎ; মৰমৰ; যেনে, সাদৰী ছোয়ালী, সাদৰীল বং, সাতচল্লিশ) দুকুৰি সাভ, forty-seven, { ঘাইকৈ তিৰোতা আৰু লৰাত খাটে ), সাতৃ-চাৰ, বি. ( অং সাত, এক অধিক ছয় + kind-hearted, affectionate, loving, চাৰ, বঢ়া) সাত গুণে বঢ়া, আনহুকৈ beloved, অনেক গুণে ভাল বা বেয়া; যেনে, জৰত সাদৃশ্য, স. শ. (সং. সাদৃশ্য-সদৃশ, তুল্য) টেঙ্গা বিহতকৈ সাত-চাৰ, stupassing, সদৃশতা, তুলা, একে আকৃতিৰ বা গুণৰ exceeding . Canal, resemblance, similarity. সাতৃ প, স. শ. সাভোটা কাৰণ পাচেঁটা সা, স. বা. {স, সাধু, সম্পূৰ্ণ কৰ) পূৰ্ণ কাৰণ, সকলো কাৰণ, কোনো বিষয়ৰ কৰু, সিদ্ধ কৰ; যেনে, দুখীয়াই লোকৰ সকলো অৱস্থা, আগ গুৰি; যেনে, সাত উপকাৰ সাধিব নোৱাৰে; দেৱতাক যা পাঁচ ভাবি এই কথাত মান্তি হৈছে, all কৰু, বৰ মাগ; যেনে, মানুহে পূৰ্ব জম্মত the circumstances of a case, all যি সাধি আহে, তাকে হে পায়; এতেকে sides of a matter. বৰকৈ প্ৰাৰ্থনা ক; যেনে, তেওঁক সাবি, বি. (সং. সাত্ত্বিক -সত্ত্ব, সত্ত্ব গুণ) ইমানকৈ সাধিও লৰাব নোৱাৰিলো; সত্ত্বগুণযুক্ত, সৎ, ধাৰ্মিক, honest, virtu- শব্দ বা ধাতুৰ পদ ক; যেনে, ছাত্তৰে ধাতু ous, gentle. সাধে; পাব লগীয়া বন্ধু থোঞ্জু; যেনে, সাপুৰুষীয়া, বি. সাত জনা উপৰি পুৰুষৰ মৌজাদাৰে খাজনা সাধে, to accom- দিনৰ, সাতামপুৰুষীয়া, of seven genera- plisli, to ask for sus a boon, to tions, ancestral. entreat carnestly, to decline, as a সাতৃ-শক, স, শ, সামান্য শত্ৰুতকৈ সাত noun or conjugate as a verb, to গুণে অধিক অহিত চিন্তা শক্ত, বৰ শব্দ, dun, to demand as a duo. 4. *4 a mortal enemy. কোনো কাৰ্য্যৰ সিদ্ধিৰ কাৰণ যত্ন কৰ; সতু-যষ্টি, সংখ্যা (সং. সপ্তষষ্টি; বৎ যেনে, সাধিলে সিদ্ধ হয়, to strive, সাতষটি। তিনি কুৰি সাত, sixty-seven. endeavour, to persevere.