পৃষ্ঠা:হেমকোষ.pdf/৯৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চোতা সাঞ্জ কাট, অনু, পূৰ্বৰ চিনতে, একে অৱস্থাতে, লৰচৰ নোহাৱাকৈ, in the same state, without any alteration, udisorderedly. সঁচাত, স, শ. (অং. সঁচু, সঞ্চয় ক} সঁচৰিয়াৰ, ধন-বন্ধু ব্যয় নকৰাকৈ ato), a man who lays up, a frugal man. (স্ত্ৰী) সঁচতী। সাধু, স. শধন-বস্তু চি আৰু ৰাখি থোৱা গুণ; যেনে, সঁচ-ৰাখ নথকা মানুহ দুখত পৰে, frugality, the habit of having money, &c. সাজু, স. শ. (সং. সন্ধা; হিং. সাক, বং, সাঁজ, গধূলি) গধূলি, বেলি মাৰ যোবা সময়; দিনত বা ৰাতি কৰা এবাৰৰ আহাব; যেনে, এজি খাব, evening, onc mcal vither in the day or night. সাজে, বি. (সং. সদ্যোক্ত; সদ্যঃ, এতিয়া + জন, ওপঞ্জ; বং, সাঁজো, নতুন) আজিয়েই কৰা, বাহী নোহাৱা; বাহী গা ধুই শুচি হোৱা; যেনে, সঁজো গা, fresh, not kept overnight, bathed. সত, স, শ. (সৎ, সন্তৰণ-সং, উপস, সঁতোৰ, +, পাৰ হ; বং সাৰ, পানীত ওপঙ্গা কাৰ্য) হাত ভৰি লৰাই পানীত ওপঙ্গা কাৰ্য, the act of swim- ming. অ, ধা, হাত ভৰি চলাই পানীত ওপজি ফুৰ, to swim. “নাদোৰ চোৱা। সাত মেল, হাত ভৰি লৰাই পানীত ওপঙ্গি সৰিয়া, স. শ. (সং. সহায়, উপকাৰ কৰোগ) বেচ নোলোৱাকৈ লোকৰ ধান দাই fršty, a man who reaps corn for another gratis. সাকা, বি. (সং, সাকাৰ—স, সৈতে। আকাৰ, মূৰ্ত্তি) আকাৰ থকা, আকৃতিমন্তু, having a form or shape, corporeal. স, শ. দেহ বা আকৃতি থকা দেৱতা; যেনে, সাকাৰৰ উপাসনা, a deity having a material form. সাখী, স, শ. ‘সাক্ষী” শব্দৰ অপভ্ৰংশ। সাগৰ, স. শ. (সং. সাগৰ---“সৰ চোৱা; সগৰে খনা, এতেকে) সমুদ্ৰ, সাতখান দ্বীপ বেৰি থকা সাতখন বৰ ডাঙ্গৰ পানীৰ এখান। সাত সাগৰৰ নাম,-১ লৱসাগৰ, ২ ইক্ষুসাগৰ, ৩ সুৰাগৰ, ৪ সৰ্পিসসাগৰ, ৫ দধিসাগৰ, ৬ দুগ্নসাগৰ, ৭ জলসাগৰ। a sua, 211 Oceau. সাগৰ চৈনি, স. শ. (চেনিৰ সাগৰ) এবিধ বৰ সোৱাদ কলা, a kind of plantain. সাগৰ ফেণ, স, শ, নাগ ফেণ, a kind of caetus. সাগ-ফেন, স. শ. সাগৰত উৎপন্ন এবিধ সোপসুপয়া ফেনৰ নিচিনা পানী শোহা 78, sponge. সাগৰ-শালি, স. শ. এবিধ শালি ধান, kind of paddy. সাগসঙ্কাশ, বি. (সং. সাগৰ, সমুদ্ৰ + সঙ্কাশ, তুল্য) সাগৰৰ দৰে দ আৰু গহীন, বৰ গহীন, deep and widte as the এocean, profound. সাগ্নিক, বি. (সং, স, সৈতে+ অগ্নি, জুই) অগ্নিযুক্ত, জুই থকা, containing five, connected with the god Agni. (Haughton). সাস্থ্য, স. শ. {সৎ, সন্ধ্যা, গণনা; পঞ্চ- বিংশতি গুত্ব বা সত্যৰ সংখ্যা বা বিবৰণ ভাত আছে, এতেকে) কপিল মুনিৰ দ্বাৰা প্ৰচাৰিত এখান অনীশ্বৰবাদী দৰ্শন শা, the Sankhya philosophy. সা, বি. (সৎ সাশ, সৈতে+অ, FI, to swim. সঁথৰ, ২. শ. (অং. সাঁতৰ; অৰ্থ নেপাই পানীত পৰাৰ দৰে বকবকাই ফুৰিব লাগে বা তাৰ পৰা তৰিব অৰ্থাৎ উদ্ধাৰ হব লাগে, এতেকে বুজিবৰ নিমিত্তে দিয়া গুপ্ত অৰ্থৰ এক বা অধিক ফাঁকি কথা, a riddle. সঁফ, স. শ. (সং. সম্বৰণ, ঢাকনী) কোনো গভীৰ বস্তুৰ মুখৰ ঢাকনী, a lid, সফি, স. শ. (সৎ, সাস্থ, জোৰা লগ) হাড়ৰ জোৰাৰ ভিতৰৰ ভাগ, a joint. of the bones,